--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০ জুনত নতুন দিল্লীত ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ৰ দায়িত্ব গ্ৰহণ কৰে। কাৰ্যালয়ৰ বিষয়াসকলৰ লগতে কৰ্মচাৰীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি দেশৰ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে দলটোক আত্মবিশ্বাসেৰে উজ্জীৱিত কৰি তোলে।  সোণোৱালে পুনৰ কয় যে ভাৰতক বিকশিত কৰি তোলাৰ বাবে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব লাগিব আৰু তেওঁৰ দলটোক এই দিশত ভাল কাম কৰাৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।


 
অনুষ্ঠানত ভাষণ প্ৰদান কৰি  সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে’ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ দিশত আৰু এক অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ প্ৰচেষ্টাত ইয়াৰ সামগ্ৰিক বিকাশৰ দিশত দৃঢ়তাৰে কাম কৰি আহিছে। আমি ‘বিকশিত ভাৰত’ৰ চূড়ান্ত লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়ি যাওঁতে ‘নেশ্যন ফাৰ্ষ্ট’ৰ মন্ত্ৰেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যত নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি যাম। আমাৰ মন্ত্ৰালয়ে ‘অমৃত কাল ভিজন, ২০৪৭’ত কল্পনা কৰা অনুসৰি সামুদ্ৰিক খণ্ডক সামগ্ৰিক বিকাশৰ দিশত শক্তিশালী কৰাৰ বাবে কাম কৰি যাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ