--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ ঘটনা যোৱা শনিবাৰে সংঘটিত হয়৷ যমুনা নদীৰ পাৰত বন্ধুৰ অন্ত্যেষ্টিক্ৰিয়াৰ চিতাত জপিয়াই মৃত্যু হয় এজন লোকৰ।নগলা খংগাৰ থানা এলেকাৰ বাসিন্দা অশোক কৰ্কট ৰোগত আক্ৰান্ত হৈ শনিবাৰে পুৱা মৃত্যু আকোঁৱালি লয়৷ এই তথ্য ছিৰছাগঞ্জৰ চি অ’প্ৰবীণ তিৱাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷

ৰাতিপুৱা প্ৰায় ১১ বজাত যমুনাৰ পাৰত তেওঁৰ শেষকৃতৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু তাত উপস্থিত থকা সকলৰ ভিতৰত তেওঁৰ বন্ধু আনন্দো আছিল। মৃতদেহ দাহস্থলীৰ পৰা মানুহ ওলাই যাবলৈ আৰম্ভ কৰাৰ লগে লগে বন্ধু আনন্দে হঠাতে অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত জপিয়াই পৰে৷তাত থিয় হৈ থকা লোকসকলে তেওঁক জুইকুৰাৰ পৰা উলিয়াই ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যায়, য’ৰ পৰা তেওঁক আগ্ৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি খংগাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনায়অৱশ্যে আগ্ৰালৈ যোৱাৰ পথতে আনন্দৰ মৃত্যু হয় বুলি আৰক্ষী বিষয়া তিৱাৰীয়ে জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস