--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাৰ জনসাধাৰণে গঢ়িলে এক অভিলেখ। সুৰা সেৱনৰ নামত এই অভিলেখ গঢ়ে কেৰালাবাসীয়ে। কেৰালাত ওনাম উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়। 

কেৰালাৰ জনসাধাৰণে চলিত বৰ্ষৰ ওনামৰ সময়ত প্ৰথম ৯ দিনত ৬৬৫ কোটি টকাৰ সুৰা সেৱন কৰে। ওনাম উৎসৱৰ বাবে বুধবাৰ আৰু বৃহস্পতিবাৰে কেৰালাত দুদিনৰ বাবে সুৰাৰ বিপণী বন্ধ হৈ পৰে। অৰ্থাৎ এই বিক্ৰী মাত্ৰ ৭-৮ দিনতহে কৰা হৈছে। 

যোৱা বছৰ ওনামৰ সময়ত কেৰালাৰ ৰাইজে ৬২৪ কোটি টকাৰ সুৰা সেৱন কৰিছিল। এই পৰিসংখ্যা ইছৰোৰ শেহতীয়া চন্দ্ৰ অভিযানৰ খৰচতকৈও অধিক। 

প্ৰায় ৬০০ কোটি টকা ব্যয় সাপেক্ষে চন্দ্ৰযান-৩ অভিযান সম্পূৰ্ণ কৰিছে ইছৰোৱে। মানে কেৰালাৰ জনসাধাৰণে ওনাম উদযাপন কৰাৰ সময়ত ইছৰ’ৰ চন্দ্ৰযান অভিযানৰ মুঠ খৰচতকৈ অধিক মদ খাইছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ