পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ ভিডিঅ’ত নাই বিশ্বকাপবিজয়ী অধিনায়ক ইমৰান খানৰ নাম! ৰাজনৈতিক মেৰপেচত বন্দী পাকিস্তানৰ ক্ৰিকেট
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ক্ৰিকেট ইতিহাসত আটাইতকৈ ডাঙৰ সফলতা আহিছিল ইমৰাণ খানৰ দ্বাৰা। ১৯৯২ চনত পাকিস্তানে বিশ্বকাপ জয়...
READ MORE