--°C
Loading...
Listen to Article
2 min read
80%
৩ আগষ্ট ২০২৩, বৃহস্পতিবাৰ

মেষ ৰাশি: আজি আপোনাৰ বাবে এটা বিশেষ দিন। চিন্তা দূৰ হ’ব। কৰ্মক্ষেত্ৰত শুভ। খৰচ কমিব। শুভ সংখ্যা ৪ আৰু শুভ ৰং নীলা।

বৃষ ৰাশি: আজি দিনটো আপোনাৰ অসুবিধাৰ মাজেৰে পাৰ হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংখ্যা ৮ আৰু শুভ ৰং সেউজীয়া।

মিথুন ৰাশি: আজি আপোনাৰ কাৰণে এটা মিশ্ৰিত দিন হ’বলৈ গৈ আছে। আপোনাৰ বুজাবুজিৰে যিকোনো ডাঙৰ অসুবিধাৰ পৰা সহজেই ওলাই আহিব পাৰি। ব্যৱসায় দিশত শুভ। শুভ সংখ্যা ৭ আৰু ৰং বগা।

কৰ্কট ৰাশি: আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হ’ব। কৰ্মসংস্থাপন বিচৰা লোকসকলেও আৰু কিছু সময়ৰ বাবে চিন্তা কৰিব লাগিব। পাৰিবাৰিক দিশত কিছু চিন্তিত হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

সিংহ ৰাশিঃ আজি আপোনাৰ প্ৰতিপত্তি বৃদ্ধিৰ দিন হ’ব। কাৰোবাক টকা ধাৰলৈ দিলে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। শুভ সংখ্যা ৮ আৰু শুভ ৰং গুলপীয়া।

কন্যা ৰাশি: আজি আপোনালোকৰ বাবে এটা ভাল দিন হ’বলৈ গৈ আছে। আপোনাৰ লক্ষ্য সফল হোৱাৰ পথত। শিক্ষাৰ্থী সকলৰ বাবে শুভ। শুভ সংখ্যা ৬ আৰু শুভ ৰং বেঙুনীয়া।

তুলা ৰাশি: কৰ্মক্ষেত্ৰত বেছি খৰখেদা নকৰিব, এনে কৰিলে ডাঙৰ ভুলৰ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ত স্বাভাৱিক লাভ। পাৰিবাৰিক দিশত শুভ। শুভ সংখ্যা ৯ আৰু শুভ ৰং বগা।

বৃশ্চিক ৰাশি: আজি দিনটোত আপুনৰ কথা-বতৰাত কিছু সাৱধানতা অৱলম্বন কৰক। মনৰ যিকোনো ইচ্ছা পূৰণৰ বাবেই আপুনি ধৰ্মীয় যাত্ৰা কৰিব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

ধনু ৰাশি – ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। অত্যধিক খং পৰিহাৰ কৰক। বৈবাহিক সুখ বাঢ়িব পাৰে। শুভ সংখ্যা ৪ আৰু শুভ ৰং বগা।

মকৰ ৰাশি – যিকোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে বিবাদৰ পৰিস্থিতি হব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক অশান্তিৰ মাজতে দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ আৰু শুভ ৰং বেঙুনীয়া।

কুম্ভ ৰাশি – সচেতন হওক আৰু অত্যধিক খং পৰিহাৰ কৰক। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ১ আৰু শুভ ৰং বগা।

মীন ৰাশি – আত্মবিশ্বাস বাঢ়িব। কামৰ ক্ষেত্ৰখনৰ পৰিৱৰ্তন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। কথা-বতৰাত ভাৰসাম্য ৰক্ষা কৰক। ব্যৱসায়ৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং সেউজীয়া।











FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ