--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত-ইংলেণ্ডৰ ৱাৰ্ম-আপ মেচৰ পূৰ্বে গুৱাহাটীত আৰম্ভ হ’ল প্ৰৱল বৃষ্টিপাত। বিজুলী-ঢেৰেকনিৰে গুৱাহাটীত এতিয়া আহিনৰ বৰ্ষণমুখৰ দুপৰ৷ 

বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ ৱাৰ্মআপ মেচখন দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নামিছে বৰষুণ৷ আশাহত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল৷

শুকুৰবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত ৱাৰ্ম-আপ মেচ অনুষ্ঠিত হৈছিল৷ আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত খেল। তাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল ক্ৰিকেটপ্ৰেমীসকল।

খেল উপভোগ কৰাৰ বাবে দৰ্শকেৰে উপচি পৰিছিল বৰ্ষাপাৰা ষ্টেডিয়াম। কিন্তু খেলৰ পূৰ্বে আৰম্ভ হোৱা বৰষুণে খেলখন বিলম্ব কৰাৰ লগতে বেদনাহত কৰিলে ক্ৰিকেট অনুৰাগীসকলক৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ