--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হতাশ হৈ পৰিছে ক্ৰিকেট অনুৰাগী৷ বৰ্ষাপাৰাত স্থগিত হ’ল ভাৰত-ইংলেণ্ডৰ প্ৰস্তুতি মেচ৷ ভাৰতৰ সন্মুখত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছিল ইংলেণ্ড৷ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছিল বৰ্ষাপাৰা ষ্টেডিয়াম৷ ভাৰত-ইংলেণ্ডৰ মেচ উপভোগ কৰিবলৈ বহিঃৰাজ্যৰ পৰাও আহিছিল দৰ্শক৷ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীৰো ভিৰ হৈছিল মহানগৰীত৷ পিছে মেচৰ কিছুসময় পূৰ্বে গুৱাহাটীত আৰম্ভ হ’ল প্ৰৱল বৃষ্টিপাত৷ এজাক বৰষুণৰ বাবে আশাহত হৈ পৰিল ক্ৰিকেট অনুৰাগীসকল৷ আৰু অৱশেষত মেচখন স্থগিত ৰখাৰ সিদ্ধান্ত লয় কৰ্তৃপক্ষই৷ ইতিমধ্যে ষ্টেডিয়াম এৰিলে ভাৰতীয় ক্ৰিকেট দলটোৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি