--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ সময়ত ব্যক্তিগত খণ্ডৰ একাংশ প্ৰতিষ্ঠানত কৰ্মচাৰীসকলক আগবঢ়োৱা হয় বোনাচ৷ যদিও বেছিভাগ প্ৰতিষ্ঠানে উপহাৰ ভাউচাৰ, ইনচেণ্টিভ বা মিঠাই আগবঢ়ায়, তাৰ বিপৰীতে তামিলনাডুৰ কোটাগিৰি চহৰত দেখা গৈছে বিৰল ব্যতিক্ৰমী দৃশ্য৷ কোটাগিৰি চহৰৰ এখন চাহ বাগিচাৰ গৰাকীয়ে কৰ্মচাৰীসকলক দীপাৱলীৰ বোনাচ হিচাপে উপহাৰ দিছে ৰয়েল এনফিল্ড বাইক৷

১৯০ একৰৰ চাহ বাগিচাৰ গৰাকী পি শিৱকুমাৰে দীপাৱলীত তেওঁৰ কৰ্মচাৰীসকলক ঘৰুৱা সঁজুলি আৰু নগদ বোনাচ উপহাৰ দিছিল৷ কিন্তু এই বছৰ তেওঁ তেওঁৰ কৰ্মচাৰীসকলক ২ লাখ টকাৰ অধিক মূল্যৰ বাইকৰে পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু কথামতেই কাম৷ কৰ্মচাৰীলৈ শিৱকুমাৰে আগবঢ়ালে ৰয়েল এনফিল্ড৷ বিগত দুটা দশকধৰি প্ৰায় ৬২৭ জন কৰ্মচাৰীয়ে চাহ বাগিচাখনত কাম কৰি আছে।

তেওঁ তেওঁৰ মেনেজাৰ, ছুপাৰভাইজাৰ, ষ্ট’ৰকীপাৰ, কেছিয়াৰ, ফিল্ড ষ্টাফ আৰু চালককে ধৰি ১৫জন কৰ্মচাৰীক বাইক উপহাৰ দিছিল বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছে৷

তেওঁ তেওঁৰ কৰ্মচাৰীসকলক তেওঁলোকৰ নতুন বাইকৰ চাবি দিয়াৰ পাছত তেওঁলোকৰ সৈতে ভ্ৰমণ কৰিবলৈও গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement