--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ আগমনৰ লগে লগে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে সংক্ৰামক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই সময়ছোৱাত বহুতে বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ পৰিৱৰ্তে পাকঘৰত ব্যৱহৃত এইবিধ পাচলিয়ে কাহ আৰু জ্বৰৰ পৰাও উপশম দিয়ে।

 পিঁয়াজৰ ৰসৰ উপকাৰ-

পিঁয়াজে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে চৰ্দি আৰু ফ্লুৰ পৰাও সকাহ দিয়ে। মৌৰ লগত পিঁয়াজৰ ৰস মিহলাই খালে ডিঙিৰ বিষৰ পৰা উপশম পোৱা যায়। ই আপোনাৰ বিপাকীয় শক্তি উন্নত কৰে। ইয়াত থকা চালফাৰে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

 গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে-

পিঁয়াজ সেৱনে শৰীৰত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ সেৱনে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে। পিঁয়াজে টাইপ-১ আৰু টাইপ-২ ডায়েবেটিছ ৰোগ দুয়োটাতে কাম কৰে। পিঁয়াজে শৰীৰত ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

 পিঁয়াজে প্ৰদাহৰ পৰা সকাহ দিয়ে-

এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ পিঁয়াজত পোৱা যায়। ইয়াৰ বাবে শৰীৰৰ ফুলাৰ পৰা সকাহ পোৱা যায়। পিঁয়াজৰ ৰসে শৰীৰৰ বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণৰ কাম কৰে। চালাডৰ ৰূপতো পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা আঁহে পেটৰ সমস্যা, বদহজম আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।

 চুলি সৰা সমস্যা দূৰ কৰে-

শীতকালত চুলি সৰা আৰু উফিৰ সমস্যা বহুত বাঢ়ে। পিঁয়াজৰ ৰসে চুলি সৰা সমস্যাৰ পৰা মুক্তি পাবলৈ সহায় কৰে। যদি চুলিত কোনো ধৰণৰ সংক্ৰমণ হয়, তেন্তে ইয়াত থকা এন্টি-বেক্টেৰিয়েল গুণে ইয়াক আঁতৰোৱাৰ কাম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু