--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে সুস্বাস্থ্যৰ বাবে সঠিক টোপনি অতি প্ৰয়োজনীয়। সাধাৰণতে টোপনিৰ লগত জড়িত ২ প্ৰকাৰৰ সমস্যা থাকে। প্ৰথমটো সম্পূৰ্ণ শুব নোৱাৰা আৰু দ্বিতীয়তে প্ৰয়োজনতকৈ বেছি টোপনি অহা। এই দুয়োটা অৱস্থাই বিপদজনক কাৰণ ই আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। কম টোপনি আৰু বেছি টোপনি কিয় ক্ষতিকাৰক আৰু ইয়াৰ প্ৰভাৱ কি হব পাৰে জনাওক।

দিনটোত কিমান টোপনি ল’ব লাগে

বিশ্বজুৰি কৰা বহু গৱেষণাৰ মতে এজন সুস্থ প্ৰাপ্তবয়স্ক এজনে নিশা কমেও ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে। তেতিয়াহে তেওঁৰ শৰীৰৰ কাম-কাজ সঠিকভাৱে কাম কৰিব আৰু সমস্যাৰ সৃষ্টি নহ’ব।

কম টোপনিৰ অসুবিধা

যদি আপুনি ৰাতিৰ সময়ত সঠিকভাৱে টোপনি যাব নোৱাৰে, তেন্তে পিছদিনা ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। ইয়াৰ ফলত ভাগৰুৱা, অলসতা, শৰীৰ ভাঙি যোৱা, শক্তিৰ অভাৱ হ’ব পাৰে। আনকি বহু স্বাস্থ্য বিশেষজ্ঞই দাবী কৰে যে কম টোপনিৰ বাবে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা হ’ব পাৰে।

বেছি টোপনিৰ অসুবিধা

আপোনাৰ টোপনিৰ সময় ঠিক কৰক আৰু অপ্ৰয়োজনীয়ভাৱে সলনি কৰিবলৈ চেষ্টা নকৰিব। যদি আপুনি অত্যধিক টোপনি লয় বা এলাহৰ বাবে বিচনাৰ পৰা উঠি আহিব নোৱাৰে তেন্তে শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে।

শৰীৰে সঠিকভাৱে টোপনি নাপালে কি কি সমস্যা হয় জানি লওক

১/ নাৰ্কোলেপ্সিঃ নাৰ্কোলেপ্সি হৈছে এক অদ্ভুত টোপনিৰ বিকাৰ, য’ত এজন ব্যক্তিয়ে দিনটোত অত্যধিক টোপনি ল’বলৈ আৰম্ভ কৰে বা হঠাতে টোপনিৰ আক্ৰমণ হয়। অৰ্থাৎ হঠাৎ টোপনি যায়। ভ্ৰমণৰ সময়ত এই অৱস্থাটো বিপদজনক।

২/ স্লিপ এপনিয়াঃ স্লিপ এপনিয়াত স্বাভাৱিক উশাহ-নিশাহৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

৩/ ইডিয়পেথিক হাইপাৰছ’মনিয়াঃ ইডিয়পেথিক হাইপাৰছ’মনিয়াত অসুবিধা পোৱা লোকসকলে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰি অতি ভাগৰুৱা অনুভৱ কৰে আৰু তেওঁলোকৰ শৰীৰত বিষ আৰু ক্ৰেম্প হ’বলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক