--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই ব্যস্ত জীৱনত মানুহে নিজৰ যত্ন ল’বলৈ পাহৰি যায়। মুখৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। গোটেই দিনটো সূৰ্যৰ পোহৰ, ধূলি আৰু মলিৰ বাবে ছালৰ ক্ষতি হয়। শোৱাৰ আগতে মুখখন চাফা কৰিব লাগে। মুখখন জিলিকি থাকিবলৈ মানুহে বহু দামী বস্তু লগায়, কিন্তু মুখখন নষ্ট হৈ যায়। ৰাতি শোৱাৰ আগতে মুখত কি লগাব লাগে জানো আহক৷

১) নাৰিকল তেলঃ  ৰাতি শোৱাৰ আগতে মুখত নাৰিকল তেল মালিচ কৰিব লাগে। পুৱা মুখখন জিলিকি উঠে৷

২) এলোভেৰা জেলঃ  মুখৰ ৰং উন্নত কৰাৰ বাবেও এলোভেৰা জেল অতি উপকাৰী। ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ ৰাতি শোৱাৰ আগতে লগাব লাগে।

৩) কেঁচা গাখীৰঃ ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰ মুখত লগাবও পাৰে। পুৱালৈকে আপোনাৰ মুখখন একেবাৰে উজ্জ্বল দেখা যাব।

৪) গোলাপজলঃ গোলাপজল ব্যৱহাৰ কৰি মুখখন উজ্জ্বল কৰিব পাৰি। ৰাতি শোৱাৰ আগতে এইখিনি গোটেই মুখত লগাব লাগে।

৫) অলিভ অইলঃ ৰাতি শোৱাৰ আগতে মুখত অলিভ অইল লগাব লাগিব। মুখৰ জিলিকনি ঘূৰাই অনাত ই বহুত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক