--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীত কাল আহি আছে, আৰু এই সময়ত মানুহে হাজাৰ হাজাৰ ছালৰ সমস্যাত ভুগে। প্ৰদূষণ আৰু ধুলি, সকলো ফালৰ ধোঁৱাই ছালকো প্ৰভাৱিত কৰিছে, আৰু শীতকালত ছালখনক অধিক ৰুক্ষ আৰু খহটা কৰি তোলে৷

Dry skin on hands, back and front

শীত কাল পৰাৰ আগতে ছালৰ যত্ন ল'ব: ছাল ফাটি যোৱাৰ সমস্যাৰ উপৰিও, ছাল ৰঙা পৰা,শুকান হোৱা আদিৰ দৰে নানান সমস্যাই দেখা দিয়ে শীতকালত। কিন্তু যদি শীত কাল হোৱাৰ আগতে ছালৰ যত্ন ল'ব পাৰি৷ তেনেহ'লে শীতত হোৱা ছালৰ বহু সমস্যা পৰিহাৰ কৰিব পৰা যায়।

শীতকালত তেল আধাৰিত ময়েশ্চাৰাইজাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি: যদি ছাল ফাটি যোৱাৰ সম্ভাৱনা থাকে, তেনেহ'লে আগতীয়াকৈ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত, কোনো পানী আধাৰিত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ নকৰাকৈ তেল আধাৰিত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে বেছি লাভদায়ক হয়।

আপুনি শীতকালত তেল আধাৰিত নাইট ক্ৰীম প্ৰয়োগ কৰিব পাৰে: শীতকালত নিশা ছালৰ যতন লোৱাৰ বাবে উপযুক্ত সময় ৷ সেয়ে নিশা তেল আধাৰিত নাইটক্ৰীম ব্যৱহাৰ কৰিলে ছালৰ বাবে বহু উপকাৰী হয়৷ ইয়াৰ কাৰণ হৈছে তেল আধাৰিত ক্ৰীমে ছালত পানী আধাৰিত ক্ৰীমতৈয়াৰ কৰিব পৰাতকৈ অধিক স্তৰ প্ৰস্তুত কৰি ছালক সুৰক্ষিত কৰি ৰাখে।

শীতকালত গ্লিছাৰীণ ব্যৱহাৰ কৰক : গ্লীছাৰীণে ৰুক্ষ আৰু শুকান খহটা ছালৰ বাবে এক ঔষধৰ দৰে কাম কৰে৷ গ্লীছাৰীণত থাকে মৌৰ গুণাগুণ ৷ যিটো ছালৰ ৰুক্ষতা দুৰ কৰাৰ বাবে অধিক উপকাৰী হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া