--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিতৰ্ক বৰ্তমান সময়ৰ এক সাধাৰণ কথা। মাজে মাজে ছ’চিয়েল মিডিয়াত বিভিন্ন সম্পৰ্কীয় উৰাবাতৰি ট্ৰেণ্ড হৈ পৰে। কেতিয়াবা বিভিন্ন তাৰকাৰ ছবি ভাইৰেল হৈ পৰে। তাৰকাসকলৰ অভিনয় দক্ষতাৰ বাহিৰেও তেওঁলোকৰ ব্যক্তিগত জীৱন প্ৰায় চ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। অক্ষয় কুমাৰ এই বলীউড জগতৰ তাৰকা অভিনেতা। বহুতে তেওঁক বলীউড খিলাৰী উপাধি দিছে। টুইংকল খান্নাৰ সৈতে তেওঁৰ আছে এখন‌ সুখৰ সংসাৰ । কিন্তু শেহতীয়াকৈ ইণ্টাৰনেট জগতত এই তাৰকা দম্পতীৰ‌ এক উৰাবাতৰি লৈ বহু চৰ্চা চলি আছে।

দৰাচলতে শেহতীয়াকৈ অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ বিষয়ে এটা ডাঙৰ কাহিনী চৰ্চালৈ আহিছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে। চৰ্চা চলিছে যে ৰাজেশ খান্না টুইংকল খান্নাৰ দেউতাক নহয়। অক্ষয় কুমাৰৰ ঘনিষ্ঠ বন্ধু ছানী দেউলহে টুইংকল খান্নাৰ পিতৃ। এনে এক গভীৰ গোপন কথা শেহতীয়াকৈ প্ৰকাশ পাইছে যিয়ে ইণ্টাৰনেট জগতত যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে।  কিন্তু এইয়া কিমান সচা ? ইয়াৰ অন্তৰালৰ আছে অন্য এক ৰহস্য ।

হয় , শেহতীয়াকৈ টুইংকল খান্না আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইণ্টাৰনেট জগতত বহু চৰ্চিত হৈছে। বলীউডৰ জনপ্ৰিয় অভিনেতা ছানী দেউলৰ কন্যা হিচাপে টুইংকল খান্নাৰ কথা সকলোৱে কৈছে। আৰু ইমান বছৰৰ পাছত এই কথা প্ৰকাশ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি হৈছে। কিন্তু আচল কথাটো কি? আচলতে যেতিয়া টুইংকল খান্নাৰ মাতৃ ডিম্পল কাপাডিয়াৰ ভনীয়েক চিম্পল কাপাডিয়াৰ মৃত্যু হৈছিল আৰু তাৰ পিছত ছানি দেউল আহিছিল ডিম্পলৰ ঘৰলৈ। কোৱা হয় যে সেই সময়ত ডিম্পলৰ জীয়ৰী টুইংকলে ছানী দেউলক সৰু দেউতাক বুলি মাতিছিল। এই কাৰণেই আজি ইণ্টাৰনেট জগতত ছানী দেউলক টুইংকল খান্নাৰ পিতৃ বুলি চৰ্চালৈ আহিছে , কিন্তু এয়া সঁচা হ'ব নোৱাৰে, এয়া কেৱল ট্ৰেণ্ড হৈ পৰা এক উৰাবাতৰিহে মাত্ৰ । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু