--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ বৰ্ষৰ আই এ এছ বিষয়া অভিষেক সিঙে এতিয়া পুনৰ কাম কৰিব বিচাৰিছে। তেওঁ সেৱালৈ ঘূৰি অহাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ (ডি অ’ পি টি)লৈ আবেদন জনাইছে, যিখন আবেদন ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।

সেৱালৈ ঘূৰি অহাৰ ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰি ৰাজ্য চৰকাৰে আবেদন নাকচ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শৰ প্ৰতিবেদন প্ৰেৰণ কৰিছে।

অভিষেক ২০১০ বেচৰ আই এ এছ বিষয়া তথা বান্দাৰ ডি এম দুৰ্গা শক্তি নাগপালৰ স্বামী। চলচ্চিত্ৰ অভিনেত্ৰী ছানী লিয়নৰ সৈতে এলবাম নিৰ্মাণ কৰি তেওঁ লাইমলাইটলৈ আহে। জৌনপুৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পদত্যাগ কৰি বিজেপিৰ পৰা টিকট দাবী কৰিছিল।

বিজেপিয়ে জৌনপুৰৰ পৰা কৃপাশংকৰ সিঙক প্ৰক্ষেপ কৰিছিল। কোনো ৰাজনৈতিক ভৱিষ্যত নেদেখি তেওঁ পুনৰ চৰকাৰী সেৱালৈ ঘূৰি আহিবলৈ আবেদন কৰিলে।

সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রই প্রেৰণ কৰা আৱেদনত ৰাজ্য চৰকাৰে সন্মতি নিদিলে৷ নিযুক্তি আৰু কৰ্মী বিভাগে সেৱালৈ ঘূৰি অহাৰ কথা নাকচ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈও পৰামৰ্শ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ