--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত  ভাইৰেল  হৈছিল হৈ পৰিছে এগৰাকী যুৱতী  টিকটক তাৰকাৰ নগ্ন ভিডিঅ'!  উলংগ আৰু অশালীন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে যুৱতীগৰাকী এতিয়া মহা বিপদত পৰিছে।যুৱতী টিকটক তাৰকা গৰাকী হৈছে পাকিস্তানৰ  হৰিম শ্বাহ৷ হৰিমে  দাবী কৰিছে  যে এয়া তেওঁৰ বিৰুদ্ধে  ষড়যন্ত্ৰ। তেওঁৰ দুয়োগৰাকী বন্ধৱীয়েই  ভিডিঅ'টো ভাইৰেল কৰা বুলিও হাৰিমে অভিযোগ কৰিছে৷  

হৰিমৰ প্ৰকৃত নাম ফিজা হুছেইন। অৱশ্যে, তেওঁ ইনষ্টাগ্ৰামত নিজৰ নাম  হৰিম বিলাল শ্বাহ  বুলি লিখিছে। তেওঁৰ টিকটক ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয়। ইনষ্টাগ্ৰামত প্ৰায় তিনি লাখ অনুসৰণকাৰী আছে তেওঁৰ। অৱশ্যে, হৰিম পাকিস্তানত বাস নকৰে  বৰ্তমানৰ ঠিকনা মৰক্কো বুলি কোৱা হৈছে। হৰিমৰ কমেও ছয়টা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

সেইবোৰৰ  কিছুমানত, তেওঁক উলংগ অৱস্থাত দেখা গৈছে। হৰিমে অভিযোগ কৰিছিল যে এই ভিডিঅ'বোৰ সম্পূৰ্ণ ব্যক্তিগত। তেওঁ সেয়া  কেৱল নিজৰ বাবে তুলি লৈছিল।তেওঁ খাট্টাক আৰু আয়েশা নাজ নামৰ দুগৰাকী বন্ধৱীয়ে সেই ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ তুলিছে৷ তেওঁ  অভিযোগ কৰিছে  যে টিকটক তাৰকাগৰাকীৰ  জনপ্ৰিয়তাত  ঈৰ্ষাৰ বাবেই এনে  কৰা হৈছে৷

উল্লেখ্য  পাকিস্তানৰ বৈদেশিক দপ্তৰৰ কাৰ্যালয়ৰ অনুমতি অবিহনে  প্ৰৱেশ কৰাৰ অভিযোগো আছে হৰিমৰ বিৰুদ্ধে৷ তেতিয়াও তেওঁ বিতৰ্কৰ মাজত সোমাই পৰিছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ