--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণ মানুহৰ দৰে বলীউডৰ তাৰকাসকলেও প্ৰতি বছৰে দীপাৱলী উৎসৱ অতি উল্লাসেৰে উদযাপন কৰে। বলীউড জগতত এনে বহু তাৰকা আছে। মুছলমান হোৱাৰ পিছতো যিয়ে এই উৎসৱ পালন কৰে। আজি আমি আপোনালোকৰ বাবে এই তাৰকাসকলৰ এখন তালিকা লৈ আহিছো।

Shah Rukh Khan | Biography, Movies, & Facts | Britannica
শ্বাহৰুখ খান – এই তালিকাৰ প্ৰথম নামটো হ’ল বলীউডৰ ৰজা শ্বাহৰুখ খানৰ। যিয়ে প্ৰতি বছৰে দীপাৱলীৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰে।
Salman Khan | Salman Khan Slapped by a Girl | जब होटल में सलमान खान को  लड़की ने जड़ दिया थप्पड़, कुछ नहीं कर पाए थे भाईजान!

ছলমান খান - বলীউডৰ ভাইজান ছলমান খান হ’ব পাৰে মুছলমান, কিন্তু প্ৰতিজন হিন্দুৰ দৰে তেওঁও দীপাৱলীৰ উৎসৱ ধুমধামেৰে উদযাপন কৰে।ছলমান খানেও নিজৰ ঘৰত আয়োজন কৰে এক বৃহৎ দীপাৱলী পাৰ্টি। য’ত উদ্যোগটোৰ বহু ডাঙৰ ডাঙৰ তাৰকা উপস্থিত থাকে ।

Saif Ali Khan - IMDb
ছাইফ আলী খান - বলীউডৰ নবাব ছাইফ আলী খানেও পত্নী কৰীনা কাপুৰৰ সৈতে দীপাৱলী উৎসৱ উদযাপন কৰে। এই দিনটোত তেওঁলোকে নিজৰ ঘৰখন অতি সুন্দৰকৈ সজাই তোলে ৷


Inside the making of Sara Ali Khan's lehenga set created with 50-year-old  brocade saris
ছাৰা আলী খান- ছাইফ আলী খানৰ কন্যা ছাৰা আলী খানৰ নামো এই তালিকাত আছে। তেওঁক কেতিয়াবা দেউতাকৰ লগত কেতিয়াবা বন্ধুৰ লগত দীপাৱলী উদযাপন কৰা দেখা যায়।

How Aamir Khan started his acting career in Bollywood
আমিৰ খান - বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট বুলি অভিহিত আমিৰ খানেও প্ৰতি বছৰে দীপাৱলী উৎসৱ উদযাপন কৰা দেখা যায়।

Soha Ali Khan: Women in 40s are being represented well on screen | Hindi  Movie News - Times of India
সোহা আলী খান – ছৈফ আলী খানৰ ভগ্নী তথা অভিনেত্ৰী সোহা আলী খানৰ নামো এই তালিকাত আছে। তেওঁ ব্যতিক্ৰমভাৱে এই উৎসৱৰ অংশীদাৰ হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা