--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুক্তিৰ পথত ৰণবীৰ কাপুৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘ৰামায়ণ’৷ অতি শীঘ্ৰে ছবি গৃহত দৰ্শকৰ বাবে মুকলি হ’ব ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ন’৷ শেহতীয়া খবৰ অনুসৰি ছবিখনৰ চিত্ৰ গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। 

এক সাক্ষাৎকাৰত ছবিখনত মাতা কশৈল্যাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ইন্দিৰা কৃষ্ণনে ছবিখনৰ চৰিত্ৰ সমূহ কোনে কোনে ৰূপায়ন কৰিছে সেই সম্পৰ্কে অৱগত কৰিছে৷ তেওঁ কয় যে ছবিখনত দুজন সৰু পৰ্দাৰ অভিনেতাক গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা যাব। 

ছবিখনত ৰণবীৰ কাপুৰক ভগৱান ৰাম, মাতৃ সীতাৰ চৰিত্ৰত সাই পল্লৱী, আৰু ছুপাৰষ্টাৰ যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব। টিভি ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা ৰবি ডুবেক দেখা যাব লক্ষ্মণৰ চৰিত্ৰত৷উল্লেখযোগ্য যে ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ত ৰামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰুণ গোভিলক ছবিখনত দশৰথৰ চৰিত্ৰত দেখা পোৱা যাব। 

নিতেশ তিৱাৰীৰ পৰিচালনাত এক নতুন ৰূপত দেখিবলৈ পোৱা যাব ৰামায়ন৷ ছবিখনৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ