--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ক’ভিডসৃষ্ট পৰিৱেশে ইতিমধ্যে কোঙা কৰি গৈছে বহুতকে৷ লকডাউনৰ কৱলত বিশেষকৈ ভাঙি পৰিল আৰ্থিক দিশটো৷ বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰা হৈছে যদিও দিয়া হৈছে বিশেষ নীতি-নিৰ্দেশনা৷ এই সময়তে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই)-এ ঘোষণা কৰিছে এক ব্যৱস্থা৷


ক’ভিডত নিজ পিতৃ-মাতৃক হেৰুওৱা শিক্ষাৰ্থীৰ বাবে পঞ্জীয়ন মাছুল আৰু পৰীক্ষা মাচুল ৰেহাই দিব বুলি এক বিবৃতিযোগে সদৰী কৰে চিবিএছই-এ। এই বিবৃতিত জনোৱা মতে মতে, “ক’ভিডে সমগ্ৰ দেশতে ভয়ানক প্ৰভাৱ বিস্তাৰ কৰিলে আৰু শিক্ষাৰ্থীৰ ওপৰত ক’ভিডৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিভাৱকক কৰ’নাত হেৰুৱাইছে তেওঁলোকৰ বাবে ২০২১-২২ শিক্ষাবৰ্ষৰ সকলো মাচুল ৰেহাই দিব।”


এই মাচুল ৰেহাইৰ যোগেদি শিক্ষাবৰ্ষ ২০২১-২২ৰ বাবে শিক্ষাৰ্থীসকলৰ শিক্ষালাভৰ স্বাৰ্থত বিশেষভাৱে সহায় হ’ব বুলি উল্লেখ কৰে চিবিএছই ব’ৰ্ড-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ