--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্ক আৰু ছিৰিয়াত নিতৌ মৃতদেহ ওলায়েই আছে৷ এনে পৰিস্থিতিত প্ৰশাসনে মৃতদেহ সমাধিস্থ কৰিবলৈ গণ কবৰ খান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সময় যোৱাৰ লগে লগে ভূমিকম্পৰ ধ্বংসাৱশেষত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ সম্ভাৱনা দুৰ্বল হৈ পৰিছে। 

তুৰ্কীৰ তাপমাত্ৰা হিমাংকৰ পৰা ৬ ডিগ্ৰী কম হৈছে। ঠাণ্ডাৰ ফলত উদ্ধাৰ অভিযান বাধাগ্ৰস্ত হৈছে।তুৰস্ক আৰু চিৰিয়াত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ৩৭,০০০ অতিক্ৰম কৰিছে। আনকি দুৰ্যোগৰ এসপ্তাহ পাছতো দুদিন ধৰি মৃত্যুৰ সংখ্যা বাঢ়িয়েই আছে।

 উদ্ধাৰ কাৰ্যৰ পৰিৱৰ্তে প্ৰশাসনে এইবাৰ জীয়াই থকা সকলক আশ্ৰয় দিয়াৰ বিষয়ত অধিক জোৰ দি আছে।উদ্ধাৰকাৰীসকলে অৱশ্যে হাৰ মানি যোৱা নাই। পুলিচৰ কুকুৰ আৰু থাৰ্মাল কেমেৰাৰ জড়িয়তে আজিও অব্যাহত আছে উদ্ধাৰ অভিযান৷ ভূমিকম্পৰ ফলত তুৰ্কী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। 

কেৱল এই দেশ খনতে ৩১ হাজাৰ ৬৪৩  জন লোক ভূমিকম্পৰ ফলত মৃত্যুক সাৱটি লৈছে৷  ইয়াৰ উপৰি চিৰিয়াত মৃত্যুৰ সংখ্যা ৫,৭১৪ জন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ