--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিলনী চোৰৰ আতংক সমাজত বৰ্ধিত হাৰত দেখা গৈছে৷ শেহতীয়াকৈ খোজকাঢ়ি গৈ থাকোঁতে মোবাইলত কথা পাতি থকা এগৰাকী মহিলাই চলন্ত মটৰ চাইকেলত অহা দুজন লোকে তেওঁৰ ফোনটো কাঢ়ি লৈ ইন্দোৰত দ্ৰুতগতিত ৰাস্তাত মুখৰ অংশ দি বাগৰি পৰে। আচৰিত যে মহিলাগৰাকীয়ে ফোনটো ধৰি ৰাখিবলৈ চেষ্টা কৰিলে, কিন্তু মহিলাগৰাকীৰ হাতৰ পৰা ফোনটো হঠাৎ টানি লৈ গ’ল৷

উল্লেখযোগ্য যে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিও পলায়ন কৰা চিলনীচোৰ কেইজন বাছি যোৱাত বিফল হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷কালি বিয়লি প্ৰায় ৪ বজাত ইন্দোৰৰ টুকোগঞ্জ অঞ্চলৰ উচ্চ ন্যায়ালয় ভৱনৰ সন্মুখত সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ পাছত মহিলাগৰাকী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

চিচিটিভিৰ ফুটেজত দেখা গৈছে যে মহিলাগৰাকীয়ে কাৰোবাৰ লগত ফোনত কথা পাতি থাকোঁতে মটৰ চাইকেলত অহা দুজন লোকে মহিলাগৰাকীক অনুসৰণ কৰে৷। ইয়াৰ পাছতে চোৰকেইটাই বাইকখন লেহেমীয়া কৰি মহিলাগৰাকীৰ পৰা ফোনটো কাঢ়ি লোৱা দেখা যায়৷আৰু এই টনা-আঁজোৰাত মহিলাগৰাকী মাটিত বাগৰি পৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ