--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ ব্যক্তিগত জীৱনৰ প্ৰতি সকলোৱে আগ্ৰহ প্ৰকাশ কৰে। শেহতীয়াকৈ আমি ছ’চিয়েল মিডিয়াৰ সহায়ত তাৰকাসকলৰ ঘৰৰ ভিতৰৰ খবৰবোৰ সহজে জানিবলৈ সক্ষম হৈছো। বলীউডৰ বহু তাৰকাই নিজৰ ব্যক্তিগত তথ্য অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি ভাল পায়। কেতিয়াবা বিভিন্ন তাৰকাৰ শৈশৱৰ ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা যায়। শেহতীয়াকৈ বলীউডৰ এজন পৰিচালকৰ শৈশৱৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তেওঁ কোন জানেনে? ধৰিব পৰা নাই নহয় নে? ৰ’ব আপোনাক কিছুমান ইংগিত দিওঁ, তেতিয়া হয়তো শিশুটিক চিনি পোৱাত আপোনাৰ সহায় হ’ব।

১) এওঁ কেইবাখনো হিন্দী ছবি পৰিচালনা কৰিছে।

২) এই পৰিচালকৰ পিতৃ হিন্দী চিনেমাৰ এজন বিখ্যাত প্ৰযোজক আছিল।

৩) এই পৰিচালকজনৰ নিজা প্ৰডাকচন কোম্পানীও আছে।

৪) তেওঁ নিজৰ নামত এটা জনপ্ৰিয় টেলিভিছন অনুষ্ঠান আয়োজন কৰে।

৫) তেওঁৰ বিয়া হোৱা নাই। পৰিচালকগৰাকী চেৰ’গেচিৰ জৰিয়তে দুটা যমজ সন্তানৰ পিতৃ।

এই সকলোবোৰ ইংগিতৰ পিছতো যদি আপুনি চিনি পোৱা তেন্তে তেওঁৰ নামটো পোনপটীয়াকৈ কৈ দিওঁ। ছবিখনত দেখা পোৱা শিশুটি আন কোনো নহয়, তেওঁ হৈছে বলীউডৰ বিখ্যাত পৰিচালক কৰণ জোহৰ। বলীউডত তেওঁ বহু হিট ছবি উপহাৰ দিয়াৰ লগতে 'কফি উইথ কৰণ' নামৰ এটা জনপ্ৰিয় টিভি অনুষ্ঠান চলাই আছে। যি অনুষ্ঠানলৈ অতিথি হিচাপে আহে বলীউডৰ নামী-দামী তাৰকা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক