--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

বলীউডত যেন এতিয়া বয়কটৰ ট্ৰেণ্ড৷ এখনৰ পিছত আনখন ছবিৰ বিৰুদ্ধে চলিছে বয়কট ট্ৰেণ্ড৷ বয়কটৰ বাবেই ব্যৱসায়িক বিশত বিফল হৈছে বহু সুদক্ষ অভিনেতাৰ ছবি৷ 

শেহতীয়াকৈ চলি থকা বয়কট লাল সিং চড্ডা ট্ৰেণ্ডে ছবিখনৰ ব্যৱসায়িক দিশটোত যথেষ্ট প্ৰভাৱ পেলাইছে ৷ আনহাতে  লাল সিং চড্ডাৰ আৰু ৰক্ষাবন্ধনৰ পিছতেই এতিয়া গা কৰি উঠিছে বয়কট ব্ৰহ্মাস্ত্ৰ৷

এই ছবিখনৰ পৰিচালক হৈছে অয়ান মুখাৰ্জী৷ছবিখনৰ প্ৰযোজক হৈছে কৰণ জোহৰ৷  বিয়াৰ পিছত এইখন ছবিতে ৰণবীৰ আৰু আলিয়াক একেলগে দেখা গৈছে৷  অহা ৯ চেপ্তেম্বৰত এই ছবিখন মুকলি কৰি দিয়া হ’ব দৰ্শকৰ মাজলৈ৷ বলীউডৰ আন অভিনতা সকলৰ লগতে দক্ষিণ ভাৰতৰ অভিনেতা নাগাৰ্জুনকো দেখা যাব৷ 

জানিব পৰা মতে চিনেমাখনৰ এটা দৃশ্যত মুখ্য অভিনেতা ৰণবীৰ কিপুৰক মন্দিৰলৈ সোমাই যোৱা হৈছে৷ কিন্তু মন্দিৰলৈ সোমোৱাৰ সময়ত পিন্ধি থকা চেণ্ডেল নখুলিলে  ৰণবীৰ কাপুৰে৷ অভিনেতা ৰণবিৰ কাপুৰে এনেদৰে  হিন্দু সকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবেই বয়কট কৰা হৈছে চিনেমাখনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক