--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভিৰ প্ৰখ্যাত অভিনেতা মনীষ পলে এতিয়া  অ'টিটিত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ।মনীষ পলে শেহতীয়াকৈ তেওঁৰ এটা চৰিত্ৰৰ বাবে নিজৰ দেহৰেই অবয়ৱ পৰিৱৰ্তন কৰিছে। অভিনেতাগৰাকী বৰ্তমান তেওঁৰ ৱেব শৃংখলা 'ৰাফুচক্কাৰ'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। শেহতীয়াক, ৰাফুচক্কাৰৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে,  য'ত মনীষ পলক ৫ টা বিভিন্ন চৰিত্ৰত দেখা গৈছে। 

মনীষ পলে তেওঁৰ প্ৰথম ৱেব শৃংখলা ৰাফুচক্কাৰৰ বাবে নিজৰ দেহৰ এক আচৰিত পৰিৱৰ্তন কৰিছে। প্ৰতিবেদন অনুসৰি মনীষে প্ৰথমে তেওঁৰ চৰিত্ৰটোৰ বাবে প্ৰায় ১০ কিলোগ্ৰাম ওজন বৃদ্ধি কৰিছিল আৰু তাৰ পিছত আন এটা চৰিত্ৰৰ বাবে  ওজন হ্ৰাস কৰিছিল। তেওঁৰ পৰিৱৰ্তনৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিবোৰ ছবি চাই কথাবোৰ বহুতে যেন বিশ্বাস কৰিবলৈয়েই টান পাইছে।

অভিনেতাজনে  এজন ফিটমেনৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ বাবে মনীষ পলে কঠোৰ পৰিশ্ৰম কৰিছিল, প্ৰথমে তেওঁ ১০ কিলোগ্ৰাম ওজন বঢ়াইছিল আৰু ইয়াৰ বাবে যথেষ্ট খাইছিল । ইয়াৰ পিছত  তেওঁ আঢ়ৈ মাহত ১৫ কিলোগ্ৰাম ওজন হ্ৰাস কৰে আৰু সম্পূৰ্ণৰূপে ফিট হৈ পৰে।


মনীষ পলে এটা সাক্ষাৎকাৰত কয় , 'মই সদায় ফিটনেছ ফ্ৰিক হৈ আহিছো। যদিও মই জিমলৈ যাবলৈ ভাল নাপাওঁ, মই মোৰ ফিটনেছকলৈ সদা সচেতন। ইয়াত মই এজন ঠগৰ চৰিত্ৰত অভিনয় কৰিছো আৰু দৰ্শকে মোক পাঁচটা পৃথক অৱতাৰত দেখিব। ইয়াৰ বাবে মই কেতিয়াবা  ওজন ১০  কিলোগ্ৰাম বৃদ্ধি কৰিছিলো আৰু কেতিয়াবা ওজন  হ্ৰাস কৰিছিলো।’’

 'ৰাফুচক্কাৰ'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানতঅভিনেতগাকীয়ে কয় যে প্ৰতিটো চেহেৰা আয়ত্ত কৰিবলৈ তেওঁ  কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। চাৰি মাহত ওজন বৃদ্ধি আৰু হ্ৰাস কৰিবলৈ এক পৃথক আহাৰ অনুসৰণ কৰিবলগীয়া হৈছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক