--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বয়স বঢ়াৰ পাছতো সকলোৱে ডেকা আৰু ফিট হৈ থাকিব বিচাৰে। চজিনাৰ নাম আপুনি নিশ্চয় শুনিছে। ই স্বাস্থ্যৰ বাবে অতি উপযোগী। যদি আপুনি ইয়াৰ ৰস দৈনিক খায় তেন্তে আপুনি সদায় ফিট হৈ থাকিব। আজি আমি আপোনালোকক ক'ম দৈনিক চজিনা পাতৰ ৰস খোৱাৰ উপকাৰিতাৰ বিষয়ে।

১) ওজন কমেঃ চজিনা পাতৰ ৰস শৰীৰৰ বাবে অতি উপকাৰী। ইয়াৰ পাতৰ ৰস বনাই যদি দৈনিক সেৱন কৰে তেন্তে আপোনাৰ ওজন কমি যাব আৰু আপুনি সদায় ফিট হৈ থাকিব।

২) ডায়েবিটিছঃ ডায়েবেটিছ ৰোগীয়ে চজিনা পাতৰ ৰস দৈনিক সেৱন কৰিব লাগে। তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত ই সহায়ক বুলি প্ৰমাণিত হয়।

৩) হাড় শক্তিশালী কৰাঃ শৰীৰ শক্তিশালী কৰাৰ বাবেও ই অতি উপকাৰী। ইয়াত কেলচিয়াম আৰু মেগনেছিয়াম থাকে যিবোৰ হাড়ৰ সমস্যা আঁতৰোৱা আৰু শক্তিশালী কৰাত উপকাৰী।

৪) পৰিষ্কাৰ কৰে লেতেৰা তেজঃ শৰীৰত জমা হোৱা লেতেৰা তেজ পৰিষ্কাৰ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰে। আপোনালোকক কওঁ যে ই তেজ বিষমুক্ত কৰাত অতি সহায়ক।

৫) পেটৰ সকলো সমস্যা দূৰঃ  পেটৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াৰ ৰসো খাব পাৰে। ইয়াৰ উপৰিও ই আলচাৰৰ সম্ভাৱনা কমোৱাৰ কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক