--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ চৰকাৰী কামকাজত হিন্দী ব্যৱহাৰ হওক কেন্দ্ৰীয় চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদানৰ ভাষা হিন্দী হওক ৰাজ্যসমূহৰ হাইকোৰ্টসমূহৰ কাম-কাজ হিন্দীত হওক চৰকাৰী চাকৰিৰ পৰীক্ষাত ইংৰাজীৰ সলনি হিন্দীৰ ব্যৱহাৰ হওক চৰকাৰী ভাষা সংক্ৰান্তীয় সংসদীয় কমিটিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এই অনুৰোধ কৰিছে

জানিব পৰামতে, এই সংক্ৰান্তীয় এখন ৰিপৰ্ট ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে হিন্দীত শিক্ষাদান প্ৰসংগত কমিটিয়ে তাত কৈছে যে শ্ৰেণীকক্ষত হিন্দীৰ ব্যৱহাৰ বাঞ্ছনীয় ইংৰাজীৰ ব্যৱহাৰ ঐচ্চিক পাৰে কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আইআইটি, আইআইম- সকলো ইয়াৰ আওতালৈ অনা উচিত

চৰকাৰী পৰীক্ষাসমূহতো বাধ্যতামূলক ইংৰাজীৰ পেপাৰৰ সলনি হিন্দী পেপাৰৰ ব্যৱস্থা কৰাৰ অনুৰোধ কৰা হৈছে কমিটিৰ বক্তব্য অনুসৰি, বাধ্যতামূলক ইংৰাজীৰ পেপাৰৰ দ্বাৰা এনে এটা ধাৰণা তৈয়াৰ কৰা হৈছে যেন ইংৰাজী বেছি গুৰুত্বপূৰ্ণ কিন্তু এয়া বলৈ নিদিয়াটোৱে কমিটিৰ লক্ষ্য

তদুপৰি, চৰকাৰী প্ৰতিষ্ঠানৰ কাম-কাজো যাতে হিন্দীতে হয়, সেয়া নিশ্চিত কৰাৰ কথাও কোৱা হৈছে ৰিপর্টত সেই অনুসৰি, চৰকাৰী কৰ্মচাৰী নিৰ্বাচনৰ ক্ষেত্ৰত যাতে হিন্দীৰ জ্ঞান অন্যতম মাপকাঠি হয়, তাৰ প্ৰতিও লক্ষ্য ৰখাৰ কথা কোৱা হৈছে

বিশ্বায়ন আৰু উদাৰনীতিবাদৰ সৈজন্যত হিন্দী সম্প্ৰতি বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে বুলি কমিটিখনে মন্তব্য কৰি কয় যে ভাৰতৰ ভাষা সেইবাবেই হিন্দী হোৱা উচিত ঘৰৰ মাটিত হিন্দীৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পাবলৈ কমিটিখনে জোৰ দিছে কৈছে যে চৰকাৰী বিজ্ঞাপনসমূহ হিন্দীত হোৱা উচিত


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক