--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনটো স্কাইগেজাৰছৰ বাবে এটা গুৰুত্বপূৰ্ণ  বৰ্ষ। বছৰটোৰ আৰম্ভ হৈছিল ২টা আচৰিত ছুপাৰমুনৰ সৈতে, আৰু এতিয়া আমি পৰৱৰ্তী আকাশী পৰিঘটনাৰ বাবে সাজু হ’ব লাগিব। ২০২৩ চনৰ ৩০ আগষ্টত এটা বিৰল "নীলা চন্দ্ৰ" মুহূৰ্তৰ সাক্ষী হ'বলৈ সাজু হৈছে স্কাইগেজাৰছ, কিয়নো নিশাৰ আকাশত উদয় হ'ব এটা বিৰল নীলা ছুপাৰমুন।

কিন্তু বহুতকে এই খবৰে হতাশ কৰিব যে, নামটো নীলা চন্দ্ৰ হোৱাৰ পাছতো নীলা চন্দ্ৰটো আচলতে নীলা দেখা নাযায়। কিয়নো চন্দ্ৰই আচলতে এটা আকৰ্ষণীয় কমলা ৰং প্ৰদৰ্শন কৰিব।

দুটা আকৰ্ষণীয় পৰিঘটনাৰ বিৰল সংমিশ্ৰণ: নীলা চন্দ্ৰ আৰু এটা ছুপাৰমুন। আগন্তুক চন্দ্ৰৰ এই পৰিঘটনাটো ২০৩৭ চনলৈকে বহু বছৰলৈ পুনৰাবৃত্তি নহ’ব।ছুপাৰ ব্লু মুনে এই বছৰ আমাৰ আকাশক শোভা বঢ়াবলৈ তৃতীয় বৃহত্তম চন্দ্ৰ হিচাপে স্থান লাভ কৰিব।সাধাৰণতে আমাৰ প্ৰতিমাহে এটা পূৰ্ণিমা থাকে যদিও কেতিয়াবা অতিৰিক্ত এটা দেখা পাও। নীলা চন্দ্ৰ হৈছে এমাহৰ ভিতৰত দ্বিতীয় পূৰ্ণিমা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ