--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলমান খানে ৱাইআৰএফৰ আহিবলগীয়া চলচ্চিত্ৰ টাইগাৰ ৩ ত ৰ এজেণ্ট টাইগাৰৰ চৰিত্ৰটোত  অভিনয় কৰিছে। 'টাইগাৰ কা মেচেজ' বুলি অভিহিত কৰা ছবিখনৰ টিজাৰ যোৱা সপ্তাহত মুক্তি পোৱাৰ পিছত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।নৃত্য চাই  অনুৰাগীসকলে  বলীউডৰ চুপাৰষ্টাৰগৰাকীৰ  স্বাস্থ্যক লৈ ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। 

দেওবাৰে, নতুন দিল্লীৰ এটা অনুষ্ঠানত চলমানে প্ৰদৰ্শন কৰা এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে। ভিডিঅ’টোত চলমানৰ আগৰ সেই প্ৰতিপত্তি দেখিবলৈ পোৱা যোৱা নাই। ফলত অনুৰাগীসকল তেওঁৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হৈ পৰিছিল।

ভিডিঅ'টোত, চলমানক মঞ্চত দাবাঙৰ তেওঁৰ জনপ্ৰিয় গান 'হুকা পীনি হে'ত নৃত্য কৰা দেখা গৈছে। অৱশ্যে, অনুৰাগীসকলে আঙুলিয়াই দিছে যে অভিনেতাজনক "দুৰ্বল" আৰু "ভাগৰুৱা" যেন লাগিছে। কিছুমানে এইবুলিও কৈছে যে ছলমানৰ যথেষ্ট ওজন বৃদ্ধি হৈছে। এজন নেটিজেনে  লিখিছিল, "তেওঁ তেওঁৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱা উচিত।" আন এজনে কৈছে, "টাইগাৰ ৩ কে বাদ থোড়া ব্ৰেক লেকৰ হেল্থ পাৰ ধ্যান দে... ফিৰ ৱাপাচ আয়ে... আইচে তো নেহি চালেগা।"

টাইগাৰ ৩  ছবি খন মনীশ শৰ্মাই পৰিচালনা কৰিছে আৰু আদিত্য চোপ্ৰাই কাহিনীটো লিখিছে বুলি জনা গৈছে। অনুৰাগীসকলে টাইগাৰ আৰু জয়াক ডাঙৰ পৰ্দাত পুনৰ মিলিত হোৱা চাবলৈ আগ্ৰহী হৈ আছে। খবৰ পোৱা গৈছে যে শ্বাহৰুখ খানৰ পাঠানে টাইগাৰ ৩ ত দেখা দিয়াৰ দৰেই  লমানৰ টাইগাৰেও পাঠানত দেখা দিছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক