--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিদিনত ৩০০ কোটি টকা! বক্স অফিচত এতিয়া অপাৰ আনন্দ। ‘পাঠান’ মুক্তি পোৱাৰ পিছতে বলিউডত এতিয়া উৎসৱৰ বতৰ।

সাধাৰণতে সামাজিক মাধ্যমত শ্বাহৰুখ খানে প্ৰায়ে অনুৰাগীৰ স’তে ভাৱ বিনিময় কৰে। শনিবাৰেও ‘Ask SRK’ নামৰ এই পোন্ধৰ মিনিটৰ প্ৰশ্নোত্তৰ পৰ্ব চলে। সকলোৱে তেওঁক প্ৰশংসা কৰিলে। অনুৰাগীসকলে শ্বাহৰুখৰ ছৱি ‘পাথান’ আৰু ‘জৱান’ক লৈ উৎসাহ দেখুৱায়।

কিন্তু তাৰমাজতে এজনে শ্বাহৰুখক তাতে ক’লে- "পাথান যিমানেই সফল নহওক কিয়, ছলমান খানৰ লগত আপুনি কেতিয়াও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।" তেতিয়া বলিউডৰ বাদশ্বাহে কয়- "চলমানক নতুন প্ৰজন্মই যিদৰে চায়, তেওঁ ঠিক তেনেকুৱাই! যাক কোৱা হয় সৰ্বকালৰ বাবে শ্ৰেষ্ঠ।’’

উল্লেখ্য ‘পাঠান’ ছবিখনতো চলমান খানক অতিথি চৰিত্ৰত দেখা গৈছিল। চলমানৰ এই ভূমিকাইও চৰ্চা লাভ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক