--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ চণ্ডীগড়ৰ মোহালি বিশ্ববিদ্যালয়ৰ ৬০ গৰাকীকৈ ছাত্ৰীৰ স্নানৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে উত্তেজনা অব্যাত আছে। এনে সময়তে অনুৰূপ ঘটনা এটা ঘটিছে  আইআইটি বোম্বাইত। 

শৈক্ষিক প্ৰতিষ্ঠান খনৰ বাথৰুমৰ ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগতআৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। লোক জন প্ৰতিষ্ঠান খনৰ কেণ্টিনৰ কৰ্মী বুলি জানিব পৰা গৈছে।এগৰাকী আৰক্ষী বিষয়াই কয় যে মোবাইল ফোনৰ তথ্যৰ পৰা পৰা আইআইটি বোম্বাইৰ বাথৰুমৰ দৃশ্য সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে।

 ঘটনাটো দেওবাৰে নিশা সংঘটিত হৈছিল যদিও পলমকৈহে ঘটনাটো পোহৰলৈ আহে। অভিযোগ অনুসৰি এগৰাকী ছাত্ৰীয়ে আইআইটি বোম্বাইৰ বাথৰুমত থকাৰ সময়ত অভিযুক্ত ব্যক্তিজনে খিৰিকীৰে তেওঁৰ ভিডিঅ' কৰি আছিল ।

 আইআইটি বোম্বাইৰ নিৰাপত্তা কৰ্মীয়ে অভিযুক্তজনক ধৰিবলৈ সক্ষম হয়।  তেওঁক লগে লগে  আৰক্ষীৰ হাতত গতাই দিয়া হয়।গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক পিন্টু বুলি চিনাক্ত কৰা হৈছে। ঘটনাটোৱে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ