--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰি আবেদনকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

ডিজিটেল ডেস্ক: প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। 


অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰি আবেদনকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। 


মঙলবাৰে নিশা ৭ বজালৈকে ডেৰ শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে প্ৰথম দিনটোৰ পৰা এতিয়ালৈকে প্ৰায় ৭৫০ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। 


আজি বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ প্ৰতীক বৰদলৈ, মুখপাত্ৰ ৰূপা কলিতা, গৌতম ভট্টাচাৰ্যকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতাই আবেদন দাখিল কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ