--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা চৌদি আৰৱৰ বিশ্ববিদ্যালয়সমূহত যোগাসনৰ পাঠদান কৰা হ’ব। ছৌদি যোগ কমিটীৰ সভাপতি নৌফ আল-মাৰৱাইয়ে কয় যে আগন্তুক কেইমাহমানৰ ভিতৰত দেশৰ সকলো ডাঙৰ বিশ্ববিদ্যালয়ৰ সৈতে যোগাভ্যাসৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ বাবে বিভিন্ন চুক্তি স্বাক্ষৰিত হ’ব।

নিয়মীয়াকৈ যোগাভ্যাস কৰিলে শৰীৰ আৰু মনৰ ওপৰত প্ৰভাৱ পৰাৰ কথা নতুনকৈ নক’লেও হয়। মাৰৱাইয়ে কয় যে কেৱল যোগাসন নহয়, আমি ২০৩০ চনৰ ভিতৰত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছো - স্থানীয়, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয়।

বহুতে যোগাসনক কেৱল ধ্যান বুলি ভাবে। তেওঁ কয়, "আচলতে শাৰীৰিক ব্যায়ামৰ লগত গোটেই শৰীৰৰ পেশীৰ পৰিসঞ্চালন, উশাহ-নিশাহৰ ছন্দ, শৰীৰৰ বিভিন্ন ভংগীমা আদি জড়িত হৈ থাকে। তাৰ পিছত ধ্যান আৰু যোগ নিদ্ৰা।” তেওঁ কয় যে যোগাভ্যাসৰ জৰিয়তে শৰীৰ আৰু মনৰ স্বাভাৱিক ছন্দ ঘূৰাই অনাৰ উপৰিও এই সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা সুপ্ত প্ৰতিভাকো অন্বেষণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ