--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে প্রকাশ কৰিছিল যে ইৰানৰ নেতৃত্বই যদি বুজাবুজি চুক্তিৰ ক্ষেত্ৰত আগ্রহ প্রকাশ নকৰে, তেন্তে আমেৰিকাই দেশখনত পুনৰ বোমাবর্ষণ আৰম্ভ কৰিব।

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ ভয়ংকৰ যুদ্ধখন বন্ধ কৰাৰ বাবে ইৰান আৰু আমেৰিকাৰ মাজত জেনেভাত চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ক্ৰমাৎ হ্রাস পাইছে। বৃহস্পতিবাৰে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম ৮৯ চেণ্ট বা ১.১২ শতাংশ হ্রাস পাই প্রতি বেৰলৰ দাম ৭৮.৬৬ মার্কিন ডলাৰ হয়গৈ। 


আনহাতে, মার্কিন ৱেষ্ট টেক্সাছ ইণ্টাৰ মেডিয়েট খাৰুৱা তেলৰ দাম ৯৮ চেন্ট বা ১.২৮ শতাংশ হ্রাস পাই প্রতি বেৰলত ৭৫.৮১ মার্কিন ডলাৰ হ'লগৈ। উল্লেখযোগ্য যে বুধবাৰে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে প্রকাশ কৰিছিল যে ইৰানৰ নেতৃত্বই যদি বুজাবুজি চুক্তিৰ ক্ষেত্ৰত আগ্রহ প্রকাশ নকৰে, তেন্তে আমেৰিকাই দেশখনত পুনৰ বোমাবর্ষণ আৰম্ভ কৰিব। 


ইয়াৰ লগে লগে খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি হৈছিল। অৱশেষত বৃহস্পতিবাৰে চুক্তি স্বাক্ষৰৰ পাছতে বিশ্ববাসীক সকাহ প্রদানেৰে হ্রাস পালে তেলৰ দাম। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান