--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুলি আমাৰ সৌন্দৰ্য্যৰ এক গুৰুত্বপূৰ্ণ অংগ। ইহঁতক সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ উপযুক্ত পুষ্টিৰ প্ৰয়োজন। চুলিৰ যত্নৰ বাবে বহু ধৰণৰ ব্যৱস্থা ল’ব পাৰি যদিও খাদ্য তালিকাত অন্তৰ্ভুক্ত খাদ্যসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই ৫ টা ছুপাৰফুডে আপোনাক চুলি সৰাৰ পৰা ৰক্ষা কৰিব আৰু লগতে আপুনি ডাঠ আৰু দীঘল চুলি পাব।

১) দৈঃ  প্ৰটিন আৰু কেলচিয়ামৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দৈক এক উৎকৃষ্ট উৎস হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও দৈত প্ৰ’বায়’টিক থাকে যিয়ে চুলিৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু চুলি সৰাৰ পৰা ৰক্ষা কৰে।

২)আখৰোটঃ চুলিৰ বাবে আখৰোট উপকাৰী কাৰণ ইয়াত ভিটামিন ই, ভিটামিন বি, ওমেগা-৩ ফেটি এচিড আৰু প্ৰটিন থাকে। এই সকলোবোৰ উপাদানে চুলিক শক্তিশালী আৰু চিকচিকিয়া কৰাত সহায় কৰে, যাৰ ফলত চুলি সৰাত বাধা দিয়ে।

৩) এভোকেডোঃ  চুলিৰ বাবে এভোকেডো ফলিক এচিড, ভিটামিন ই, কেলচিয়ামৰ উত্তম উৎস। ইয়াৰ সেৱনে চুলি মজবুত কৰে আৰু চুলি সৰাত বাধা দিয়ে।

৪) সেউজীয়া শাক-পাচলিঃ শাক-পাচলিত ফাইবাৰ, ফলেট, আইৰণ আৰু ভিটামিন চি থাকে, যিবোৰ চুলিৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়, ই চুলিক শক্তিশালী কৰাত সহায় কৰে।

৫) কণীঃ চুলিৰ বাবে কণী সম্পূৰ্ণ পুষ্টিৰ এক গুৰুত্বপূৰ্ণ উৎস। ইয়াৰ ভিতৰত প্ৰটিন, ভিটামিন ডি আৰু ভিটামিন বি ১২ আদিয়ে চুলি মজবুত কৰা আৰু চুলি সৰা ৰোধ কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ