--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ড নহয়, এইবাৰ  ডাৱৰ বিস্ফোৰণে জলপ্ৰলয়ৰ সৃষ্টি কৰিলে অৰুণাচলত। অৰুণাচলৰ ৰাজধানী ইটানগৰত  কোনোদিন নেদেখা অকল্পনীয় দৃশ্যৰ সাক্ষী হল চহৰখনৰ বাসিন্দাসকল। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানে বিধস্ত কৰি পেলাইছে ইটানগৰৰ জনজীৱন। 

পানীয়ে যে এনে  কালৰূপ ধাৰন কৰিব পাৰে ভাবিবই পৰা নাছিল ইটানগৰবাসীয়ে । আচম্বিতে অহা ভয়াৱহ কৃত্ৰিম বানে এফালৰ পৰা মষিমূৰ কৰি পেলালে ইটানগৰৰ সৌন্দৰ্য । কেইটামান ঘণ্টাৰ বাবে যেন ইটানগৰ পৰিণত হল  সমুদ্ৰলৈ । মূহুৰ্তৰ ভিতৰতে উটুৱাই লৈ গল ঘৰ ,  বাহন ইত্যাদি ।

 এতিয়া ইটানগৰৰ চৌদিশে বিভীষিকাময় পৰিবেশে বিৰাজ কৰিছে । হঠাতে অহা পানীৰ ছলে খহাই পেলাইছে  ৰাজপথ ।  মূহুৰ্ততে ধ্বংস  হল বহুতৰ কষ্টেৰে নিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠান । এতিয়া ইটানগৰত  মাথো আৰ্তজনৰ উচুপনি । বানে উটুৱাই নিলে বহু পৰিয়ালৰ সন্তানৰ পঢ়াৰ সকলো সামগ্ৰী । কেতিয়া ঘূৰি আহিব সুস্থিৰ পৰিবেশ তাকে ভাবি এতিয়া সময় অতিবাহিত কৰিছে ইটানগৰবাসীয়ে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ