--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰা গৈছিল কইনা আনিবলৈ। কিন্তু কইনাৰ অবিহনে খালী হাতে উভতিল দৰা। দৰাই কইনাক ডিঙিত পিন্ধা অলংকাৰ অৰ্থাত নেকলেছ নিদিয়া বাবে এই বিয়া বাতিল কৰে। উত্তৰ প্ৰদেশৰ হৰদয়ত ঘটিছে এই ঘটনা। দৰায়ে উপহাৰ হিচাপে নেকেলেচ নিদিয়াৰ বাবে কইনাজনীয়ে বিয়া কৰিবলৈ অস্বীকাৰ কৰে। 

ঘণ্টাৰ পাছত ঘণ্টা পঞ্চায়তৰ পাছতো কইনাই বিয়াত সন্মতি নিদিয়াত খালী হাতে উভতিল বৰযাত্ৰী। সময়মতে কইনাৰ ঘৰত উপস্থিত হৈছিল দৰা।  ইয়াৰ পাছত আৰম্ভ হ’ল বৰযাত্ৰীসকলৰ আতিথ্য। তাৰপাছত আৰম্ভ হ’ল ইছলাম ধৰ্ম মতে বিবাহৰ ৰীতি-নীতি। দৰাৰ ফালৰ পৰা গহনা উপহাৰ দিওঁতে তাত কোনো নেকলেচ নেদেখিলে কইনাঘৰীয়াই। কইনা ঘৰৰ মহিলাসকলৰ মাজত ফুচফুচনি আৰম্ভ হ’ল। যেতিয়া ছোৱালীজনীয়ে গম পালে যে তেওঁৰ বাবে নেকলেচ উপহাৰ হিচাপে অহা নাই, তেতিয়া কইনাই বিয়া কৰাবলৈ স্পষ্টকৈ অস্বীকাৰ কৰিলে।


তেতিয়া ল’ৰা পক্ষই আৰক্ষীক এহাজাৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুয়োপক্ষকে থানালৈ লৈ যায়। আনকি ছোৱালীজনীৰ পক্ষক বুজাই আৰু হেঁচা দিয়াৰ পিছতো যেতিয়া ছোৱালীজনীয়ে বিয়া হ’বলৈ মান্তি নহ’ল, তেতিয়া কইনা নোহোৱাকৈয়ে বৰযাত্ৰী ঘূৰি আহিবলগীয়া হ’ল।

ভাৰপ্ৰাপ্ত পৰিদৰ্শক সুনীল দত্তই কয় ছোৱালীজনীক বহুত বুজাই-বঢ়াইও মান্তি কৰিব পৰা নগ’ল, য’ত একো কৰিব নোৱাৰি।





 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস