--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনত  হস্তক্ষেপ কৰিবলৈ উদ্যত হৈছে। সেইমৰ্মে  চীনৰ পুতলা চৰকাৰ তিব্বতৰ চৰকাৰে আধ্যাত্মিক গুৰুগৰাকী নিৰ্বাচনত অহৈতুক হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। তিব্বতৰ চৰকাৰে দালাই লামাৰ  পৰিৱৰ্তনৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে।

 সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত তিব্বতৰ এগৰাকী নিৰ্বাসিত  নেতা  পেনপা চেৰিংয়ে আঙুলিয়াই দিয়ে  যে ১৯৯৫ চনত চীনৰ কমিউনিষ্ট চৰকাৰৰ দ্বাৰা প্ৰতিদ্বন্দী পঞ্চেন লামাক নিযুক্তি দিয়াৰ দৰেই আন এক ঘটনা ঘটিব। লামাৰ অৱতাৰ হিচাপে দালাই লামাই বাছনি কৰা জনক ৰাইজৰ চকুৰ পৰা আঁতৰাই ৰখাৰ সম্ভাৱনা আছে। 

তেওঁ  কয়, "বৰ্তমানৰ দালাই লামাৰ পিছত যি ঘটিব সেয়া এতিয়াই কোৱা নাযায় । দালাই লামাৰ নিৰ্বাচন  তিব্বতীসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব, বিশেষকৈ যদি চীন-তিব্বতীয় সংঘাতৰ সমাধান নোহোৱালৈকে ই সমস্যা হৈয়েই থাকিব।" তেওঁ কয় "আমি বিশ্বাস কৰোঁ যে চীনে নিশ্চিতভাৱে দালাই লামাৰ উত্তৰাধিকাৰী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব... তেওঁলোকে যোৱা ১৫ বছৰ ধৰি ইয়াৰ বাবে প্ৰস্তুতি চলাই আহিছে," ।"ধৰ্মক ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে চীনে এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ