--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে ব্লাড ছুগাৰৰ পৰিমাণ সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে। ডায়েবেটিছ বেমাৰক ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়। গতিকে কোনবোৰ উপায়েৰে তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি জানি লওক

১) তিয়াই থোৱা মেথিঃ মেথিৰ গুটি বহুতো গুণেৰে ভৰপূৰ।যদি আপুনি তেজৰ চেনি নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ৰাতি শোৱাৰ আগত মেথি গুটি  তিয়াই থব। পাছদিনা পুৱা ইয়াক সেৱন কৰিলে আপোনাৰ তেজৰ ছুগাৰ নিয়ন্ত্ৰণত থাকিব।

২) আলমণ্ড পানীত তিয়াই থবঃ আলমণ্ড হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে আলমণ্ড আপোনাৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিবলৈ এদিন আগতে আলমণ্ড পানীত তিয়াই থব। পিছদিনা ৰাতি শোৱাৰ আগতে এই আলমণ্ডবোৰ খাব লাগে। এনে কৰিলে আপুনি ভাল টোপনি লাভ কৰিব আৰু ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী। সেইবাবেই আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে।

৩) কেমোমিল চাহঃ ৰাতি শোৱাৰ আগতে ডায়েবেটিছ ৰোগীৰ বাবে কেমোমিল চাহ অতি উপকাৰী। এই চাহ প্ৰবল এষ্ট্ৰিঞ্জেণ্টৰ বাবে জনাজাত। ইয়াৰ এণ্টি-ইনফ্লেমেটৰী গুণো আছে, যিয়ে তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত অতি সহায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক