--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন দীঘলীয়া যুজঁৰ পৰিসমাপ্তি! মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবল আৰু তেওঁৰ পৰিয়ালৰ সৈতে প্ৰায় ১৯ বছৰ ধৰি আইনী যুঁজৰ অন্তত অৱশেষত ৭৮ বছৰীয়া ড’ৰিন ফাৰ্নাণ্ডিছে নিজৰ পূৰ্বপুৰুষৰ বাংলো বিক্ৰীৰ পৰা পাবলগীয়া ধন লাভ কৰিছে৷

মহাৰাষ্ট্ৰৰ মন্ত্ৰী চগন ভুজবলৰ ভতিজা সমীৰ ভুজবলৰ পাৰভেছ কনষ্ট্ৰাকচনৰ পৰা ফাৰ্নাণ্ডিছে ৮.৪১ কোটি টকাৰ চূড়ান্ত নিষ্পত্তি লাভ কৰে।

যোৱা দুটা দশকত ড’ৰিনে বহু কষ্টৰ সন্মুখীন হৈছে। আনকি ২০২১ চনত তেওঁৰ স্বামী ক্ল’ড ফাৰ্নাণ্ডেছকো হেৰুৱাইছিল৷সমাজ কৰ্মী তথা আম আদমি পাৰ্টীৰ প্ৰাক্তন নেত্ৰী অঞ্জলি ডামানিয়াই ফাৰ্ণাণ্ডিছ পৰিয়ালৰ দুৰ্দশা জনসাধাৰণৰ দৃষ্টিগোচৰ কৰে। ডামানিয়াই প্ৰথমে ২০১৪-১৫ চনত ভুজবল আৰু তেওঁৰ ভতিজা সমীৰৰ আগত এই বিষয়টো উত্থাপন কৰিছিল যদিও অতি সোনকালেই এই বিষয়টো গুৰুত্বহীন হৈ পৰে৷

কিন্তু দীঘলীয়া অপেক্ষাৰ অন্তত তেওঁলোকে সেইধন লাভ কৰে৷ভুজবল পৰিয়ালক বাবদ ধন পৰিশোধ কৰিবলৈ দিয়াৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছক ধন্যবাদ জ্ঞাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক