--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ নামপল্লী অঞ্চলত দেৱালী উদযাপন শোকত পৰিণত হৈছে। এটা অট্টালিকাত সংঘটিত  অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু ঘটিছে। ঘটনাটোত তিনিজন লোক আহত হৈছে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকল ঘটনাস্থলীলৈ গৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। 

আহতসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।আৰক্ষীয়ে প্ৰকাশ কৰা মতে আজি পুৱা প্ৰায় ৯.৩০ বজাত জুই লাগে ।প্ৰথমে  তলৰ মহলাৰ গুদামত জুই লাগিছিল।  তাত ৰাসায়নিক পদাৰ্থ সংৰক্ষণ কৰা আছিল বাবে জুই নিমষৰ ভিতৰতে ওপৰৰ মহলালৈ বিয়পি পৰে।  অগ্নিকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে  জুইত নজন লোকৰ মৃত্যু হয় । 

 অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা মতে  যেতিয়া তলৰ মহলাত জুই লাগিছিল, বহুলোকে ভৱনটোৰ ওপৰৰ মহলালৈ দৌৰিবলৈ আৰম্ভ কৰিছিল। এতিয়ালৈকে ঘৰটোৰ পৰা মুঠ ২১ জন লোকক উদ্ধাৰ কৰা হৈছে। দহজন লোকক অচেতন অৱস্থাত পোৱা গৈছে। কৰ্তৃপক্ষই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে জুই লগাৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা কৰি আছে। 
    


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক