--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় শিল্পী দীপিকা পাডুকনৰ খ্যাতি এতিয়া ভাৰততে সীমাবদ্ধ হৈ থকা নাই৷ দীপিকাক এতিয়া বিশ্বই চিনি পায়৷ অৱশ্যে সমগ্ৰ বিশ্বতে দীপিকাক চিনি পোৱা লোকৰ সংখ্যা অসংখ্য হ’লেও পিছে দীপিকাৰ ভনীয়েকক হয়তো কম মানুহেহে চিনি পায়৷ দীপিকাৰ পিতৃৰ নাম প্ৰকাশ পাডুকন৷ সেই প্ৰকাশ পাডুকনৰে  সৰু কন্যা  অনীশা পাডুকন৷ অনীশা দীপিকাৰ সমান জনপ্ৰিয় নহ’লেও পিছে তেওঁৰো  আছে এক সুকীয়া পৰিচয় ।

এক কথাত  অনীশাৰ অনুৰাগীৰ সংখ্যাও কম নহয়। অনীশা পেছাত এগৰাকী গল্ফ খেলুৱৈ৷ বায়েক দীপিকাই ছবিকলৈ ব্যস্ত থকাৰ দৰেই দীপিকাৰ ভগ্নী অনীশা ব্যস্ত গল্ফ খেলকলৈ৷ অনীশা পাডুকনে এই মুহূৰ্তত মালদ্বীপত বন্ধৰ দিন  কটাই আছে। তেওঁ তেওঁৰ ইনষ্টাগ্ৰামৰ পৃষ্ঠাত মালদ্বীপ ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰি আছে। শেহতীয়াকৈ অনীশাই ক'লা চানগ্লাছ আৰু ক'লা চুইমচুট পিন্ধা নিজৰ এখন ফটো পোষ্ট কৰিছে। 
 

Read more at: https://www.thewall.in/entertainment/deepika-padukones-sister-golfer-anisha-padukone-spends-holiday-in-maldives/

ছবিখনৰ শিৰোনামত তেওঁ লিখিছে, "মোৰ প্ৰিয় স্থান"। এই ছবিখন দেখি অনীশাক অনুৰাগীসকলে প্ৰশংসাৰে ওপচাই দিছে৷
 
ইয়াৰ আগতে দেওবাৰে অনীশাই  বগা পোছাকত এখন ফটো তুলিছিল।এই ছবিখনৰ শিৰোনামটোও আকৰ্ষণীয়। দীপিকাৰ ভনীয়েকে মালদ্বীপত স্নৰকেলিং দুঃসাহসিক খেলত অংশগ্ৰহণ কৰিছে।দৰাচলতে, অনীশাই  সামাজিক মাধ্যমত মানসিক স্বাস্থ্যৰ বিষয়ত  যথেষ্ট মতামত দিয়া দেখা যায় । 

তেওঁৰ মতে  জীৱনৰ সকলো ইতিবাচক দিশ উপভোগ কৰাটোতেই লুকাই আছে সুখ। ভ্ৰমণ সেইবোৰৰ ভিতৰৰে  এটা বুলিও অনীশাই গণ্য কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে