--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া কলেষ্টেৰল বা হাই কলেষ্টেৰল আমাৰ শৰীৰৰ বাবে এক ডাঙৰ ভাবুকি কাৰণ ইয়াৰ ফলত হৃদৰোগ হয়, আৰু ইয়াৰ বাবে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হয়। সেইবাবেই আমি সকলো প্ৰচেষ্টা চলোৱা উচিত যাৰ দ্বাৰা কলেষ্টেৰল হ্ৰাস কৰিব পৰা যায়। আদা ব্যৱহাৰ কৰি হাই কলেষ্টেৰল ৰুধিব পাৰি।

হাই কলেষ্টেৰল আদাৰে কেনেকৈ বাধা দিব জানো আহক

১) স্বাস্থ্যৰ প্ৰতি সচেতন লোকে নেমু আৰু আদাৰ চাহ খাব লাগিব। ই হাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। এইবিধ চাহ দৈনিক ২ৰ পৰা ৩ বাৰ খাব লাগিব। কিছুদিনৰ পিছত ইয়াৰ প্ৰভাৱ দেখা যাব।

২) আদা পোনপটীয়াকৈ চোবাইও কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। এনেদৰে খালে চৰ্দি আৰু কাহৰ পৰাও মুক্তি পাব পাৰি।

৩) আদা টুকুৰা টুকুৰকৈ কাটি কেইবাদিনো ৰ’দত শুকুৱাই লোৱাৰ পিছত মিক্সাৰত পিহি গুড়ি তৈয়াৰ কৰিব লাগে। পানীৰ লগত মিহলাই ৰাতিপুৱা খাব লাগে। ইয়াৰ ফলত হাই কলেষ্টেৰলৰ আশংকা হ্ৰাস পাব পাৰে।

৪) যদি আপুনি নিয়মিতভাৱে আদাৰ পানী খায়, তেন্তে বেয়া কলেষ্টেৰল ক্ৰমান্বয়ে কমি যায়। ইয়াৰ বাবে খাদ্য খোৱাৰ পিছত আদাৰ পানী আধা কাপ খাব লাগে। ইয়াৰ বাবে আদা এটুকুৰা গৰম পানীত প্ৰায় ১৫ মিনিট উতলাই তাৰ পিছত ফিল্টাৰ কৰি খাব লাগে।

৫) আদা, নহৰু আৰু নেমুৰ পানী দিনটোত এবাৰ বা দুবাৰ খাব লাগিব। এই পানী প্ৰস্তুত কৰিবলৈ একাপ পানী লৈ নহৰু আৰু আদা দি উতলাই ল’ব। এতিয়া ইয়াৰ পানী ফিল্টাৰ কৰি নেমুৰ ৰসৰ লগত মিহলাই খাব। কেইদিনমানৰ ভিতৰতে কলেষ্টেৰলৰ বিৰুদ্ধে ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক