--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে আমাক বহুত খনিজ পদাৰ্থৰ প্ৰয়োজন, ইয়াৰে এটা হ’ল আইৰণ। মানৱ শৰীৰৰ পুষ্টি, শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধি, শক্তি যোগান আৰু নিৰোগী হৈ থকাৰ বাবে আইৰণ বা লৌহ পদাৰ্থৰ অত্যন্ত প্ৰয়োজন। 
বহু সময়ত জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আমি এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানটোৰ পৰা বঞ্চিত হৈ পৰো। আইৰণৰ উপস্থিতিৰ বাবে আমাৰ শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত ৰক্তকণিকা উৎপন্ন হয়। আইৰণৰ অভাৱ হ’লে ৰক্তহীনতাৰ বলি হ’ব পাৰে।

আইৰণৰ অভাৱত এনে লক্ষণ দেখা যায়

-সকলো সময়তে ভাগৰুৱা অনুভৱ।
-সঘনাই জিভা শুকান হোৱা
-বহুত পিয়াহ লগা।
-সকলো সময়তে দুৰ্বল অনুভৱ কৰা।
-অত্যধিক চুলি সৰা
-ডিঙিৰ বিষ বৃদ্ধি
-শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা।
-গাঁঠিৰ বিষ
-ছাল মুগা বৰণৰ হোৱা
-যৌন ক্ষমতা হ্ৰাস পোৱা, ক্লীৱতা
-অশুকোষৰ আকাৰ সৰু হোৱা


আইৰণ পাবলৈ কি কি খাব লাগিব জানি লওক

আপুনি বুজি পাইছে যে আমাৰ শৰীৰৰ স্বাস্থ্যৰ বাবে আমাক নিয়মীয়াকৈ আইৰণৰ প্ৰয়োজন হয়, জানি লওক কোনবোৰ খাদ্য সামগ্ৰী খালে শৰীৰে এই খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পাব।

-আলমণ্ড
-কাজু
-আখৰোট
-তুলসী
-গুড়
-বাদাম
-তিল
-বীটৰুট
-আমলখি
-জামু
-পিস্তা
-নেমু
-ডালিম
-আপেল
-পালেংশাক
-কিচমিচ
-অঞ্জীৰ
-মধুৰী
-কল
-গজালি ওলোৱা মগু








FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ