--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ চহৰ কইম্বাটুৰত কিছুদিন ধৰি ধাৰষাৰে বৰষুণ দি আছে। ধুমুহাও আহিল। ধুমুহাৰ মাজতে এনে এটা জীৱ ওলাই আহিল যাক দেখি মানুহে আচৰিত হৈ পৰিল। লগতে ভয় খাইছিল। সেই জীৱটো হৈছে এটা বগা কোব্ৰা। সাধাৰণতে কোব্ৰাৰ ৰং ক’লা বা ক’লা-বাদামী মিশ্ৰণ। কিন্তু এই কোব্ৰা সম্পূৰ্ণ বগা আছিল।

বগা কোব্ৰাক বৈজ্ঞানিক ভাষাত এলবিনো কোব্ৰা বুলি কোৱা হয়। এনে কব্ৰা দেখা পোৱাটো অতি বিৰল। সাধাৰণতে দেখা নাযায় যদিও প্ৰচণ্ড বৰষুণৰ বাবে ই নিশ্চয় নিজৰ গাঁতৰ পৰা ওলাই আহিছে। এই বগা কোব্ৰা ২০২৩ চনৰ ৩ মে’ত কইম্বাটুৰত দেখা গৈছিল।

পিছত বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ ন্যাসৰ বিশেষজ্ঞসকলে ইয়াক ধৰি অৰণ্যত এৰি দিয়ে। ইয়াৰ দৈৰ্ঘ্য আছিল প্ৰায় ৫ ফুট। ইয়াক এলবিনো ইণ্ডিয়ান কোব্ৰা বুলি কোৱা হয়। ইয়াক স্পেকটেক্লেড কোব্ৰা বুলিও কোৱা হয়। চাৰিটা ডাঙৰ সাপ প্ৰজাতিৰ ভিতৰত ই অন্যতম। ভাৰতত ইয়াৰ কামোৰৰ বাবেই অধিকাংশ লোকৰ মৃত্যু হয়।

এলবিনোৰ অৰ্থ এটা জিনীয় অৱস্থা, য’ত ছালত মেলানিন উৎপন্ন নহয়। মেলানিনৰ বাবেই আমি বিভিন্ন ৰঙৰ ছাল পাওঁ। যদি মেলানিনৰ জিনটো পিতৃ-মাতৃৰ পৰা সন্তানলৈ সঠিকভাৱে স্থানান্তৰিত নহয়, তেন্তে ৰং বগা হৈ পৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস