--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ডেলিভাৰী বয়ে এগৰাকী মডেলৰ লগত কৰিলে অপকৰ্ম। হান্না পিটাৰ্ছ নামৰ এগৰাকী মডেলে এজন ডেলিভাৰী বয়ৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। ২৫ বছৰীয়া হান্নাই কৈছিল যে অলপতে এটা কুৰিয়াৰ কোম্পানীৰ পৰা এজন ডেলিভাৰী বয়ে তেওঁৰ ঘৰলৈ কাপোৰ ডেলিভাৰী দিবলৈ আহিছিল। কিন্তু তেওঁ লাগেজটো ল'বলৈ দুৱাৰৰ ওচৰলৈ যোৱাৰ লগে লগে ডেলিভাৰী বয়টোৱে এক অপকৰ্ম কৰিলে। 

মডেল হান্না পিটাৰ্ছে কৈছিল যে লাগেজটো দিয়াৰ সময়ত "ডেলিভাৰী বয়জনে মোৰ কামৰ বিষয়ে সুধিছিল আৰু তাৰপাছত মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল, কিন্তু ইয়াৰ মাজতে তেওঁ মোৰ গোপন অংগ স্পৰ্শ কৰিছিল। যেতিয়া মই এই কথাৰ প্ৰতিবাদ কৰিছিলোঁ তেতিয়া তেওঁ মোক চুমা খাই পলায়ন কৰিছিল। কেৱল সেয়াই নহয়, যাওঁতে ডেলিভাৰী বয়জনে লগতে কৈছিল যে তেওঁ এইকথা তেওঁৰ সকলো বন্ধুবৰ্গক ক'ব।" ঘটনাটোৰ পিছত হান্নাই যথেষ্ট ভয় খাইছে। ঘৰৰ দুৱাৰৰ ওচৰলৈ যাবলৈ ভয় কৰা হৈছে মডেলগৰাকীয়ে। 

তেওঁ আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাটোৰ সন্দৰ্ভত কুৰিয়াৰ কোম্পানীয়ে কয় যে আমি এনে ধৰণৰ যিকোনো অভিযোগ গুৰুত্ব সহকাৰে লওঁ। ঘটনাটোৰ তদন্ত কৰা হ'ব।"

হান্না পিটাৰ্ছে কৈছিল, "এগৰাকী মডেল হিচাপে মই মোৰ শৰীৰটো মঞ্চ, টিভি আৰু আলোচনীত দেখুৱাওঁ, ইয়াৰ অৰ্থ এইটো নহয় যে যিকোনো মানুহে যেতিয়াই বিচাৰে মোক স্পৰ্শ কৰিব পাৰিব।" হান্না পিটাৰ্ছে ন্যায় পাব বুলি আশাৰে ৰৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ