--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে অমিতাভ বচ্চনে নিজৰ অনুৰাগীসকলক সাক্ষাৎ কৰিবলৈ ওলাই আহিল,আৰু এইবাৰ তেওঁ নাতি অগস্ত্য নন্দকো লগতে লৈ আনিছিল ৷ অনলাইনত শ্বেয়াৰ কৰা ভিডিঅ’ত বিগ বিয়ে নিজৰ অনুৰাগীক সম্ভাষণ জনাবলৈ খোজ দিয়া দেখা গ’ল। তেওঁক সদায়ৰ দৰেই বিশাল গৰ্জনেৰে আদৰণি জনোৱা হ’ল। অৱশ্যে এইবাৰ অগস্ত্যক চিনাকি কৰাই দিওঁতে তেঁও অলপ বেছিয়েই সুখী যেন দেখা পোৱা গ’ল । 

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অমিতাভ বচ্চনে অগস্ত্যক যোগদান কৰিবলৈ আহ্বান জনায় আৰু ক্ষন্তেকতে অনুৰাগীৰ ফালে ঘূৰি তেওঁৰ বিষয়ে অৱগত কৰে।বচ্চনে অগস্ত্যক তেওঁৰ সৰু নাতি বুলি ইংগিত দিয়ে আৰু তেঁওৰ সেই জনপ্ৰিয় ডাঙৰ হাঁহি এটা মাৰে। বগা পোছাক পৰিহিত অগস্ত্যই ওখ প্লেটফৰ্মত তেওঁৰ লগত যোগ দি ৰাইজক সম্ভাষণ জনালে। এই আদৰণীয় ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এইবাৰ ৰুপালী পৰ্দাত অমিতাভক Kalki 2898 AD ত দেখা গৈছিল । ছবিখনৰ ছিকুৱেলৰ বাবে তেওঁ ঘূৰি আহিব।
ইফালে আগষ্ট্য তেওঁৰ আগন্তুক ছবি ইক্কিছত ব্যস্ত। শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ধৰ্মেন্দ্ৰেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ