--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ বুলিলেই  লিঅ’নেল মেছীৰ নামেই মনলৈ আহে৷ শ্ৰেষ্ঠত্বৰ সমান্তৰালভাৱে অতি জনপ্ৰিয়ও খেলুৱৈগৰাকী। শেহতীয়াকৈ কাটাৰত প্ৰদৰ্শন কৰা  মেছীৰ দুভৰিৰ যাদু সকলোৰে হৃদয়ত ৰৈ যাব৷  

একেসময়তে  অৱসৰক লৈ বিশেষ গুৰুত্বপূৰ্ণ  মন্তব্য কৰিলে মেছীয়ে। বিশ্বকাপ ২০২২ৰ পিছতে বহু তাৰকাই  অৱসৰ ঘোষণা কৰিব বুলিও বহু জল্পনা-কল্পনা চলিছিল। তাৰ মাজতে লিঅ’নেল মেছীয়ে ঘোষণা কৰিলে যে বিশ্বকাপ ফাইনেলৰ  পিছত আৰু আৰ্জেণ্টিনা দলৰ জাৰ্ছী পিন্ধি খেলপথাৰত নানামে তেওঁ।এই ঘোষণাত যদি মেছী  অটল থাকে দেওবাৰৰ পিছত আৰু অনুৰাগীয়ে  আৰ্জেণ্টিনাৰ জাৰ্ছীত নেদেখিব মেছীক৷ 

মেছীৰ এনে ঘোষণাই স্বাভাৱিকতেই হতাশ কৰিছে অনুৰাগীসকলক৷ বহু অনুৰাগী আৱেগিকো হৈ পৰিছে প্ৰিয় তাৰকাজনৰ এনে সিদ্ধান্তত৷ অৱশ্যে বৰ্তমান অনুৰাগীসকলৰ বাবে মেছীৰ অৱসৰতকৈ বিজয় হে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’