--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ বাকী থকা মেচবোৰত সমস্ত শক্তিৰে খেলা সত্ত্বেও ফাইনেলত পৰাস্ত হয় ভাৰত। বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰী হোৱাৰ পিছতো মহম্মদ ছামীয়ে ফাইনেলত এটাতকৈ অধিক উইকেট ল’ব নোৱাৰিলে। বাকী ক্ৰিকেটাৰৰ দৰে বলিষ্ঠ বলাৰগৰাকীও মেচখনৰ পাছত অতি হতাশ হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁ নিজৰ হতাশা প্ৰকাশ কৰে।

চূড়ান্ত পৰাজয়ৰ কেইঘণ্টামান পিছতে ছ’চিয়েল মিডিয়াত শ্বামীয়ে লিখিছে, ‘আমি কিছুমান মেচত জয়ী হও, কিছুমান মেচত পৰাস্ত হওঁ। এই হাৰ আমাৰ সকলোৰে বাবে হজম কৰাটো কঠিন। কিন্তু আমি মূৰটো ওপৰলৈ তুলি ধৰিছো। এই দলটোক লৈ গৌৰৱান্বিত। আমাৰ কাষত থিয় দি আমাক সহায় কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।”

উল্লেখযোগ্য যে সোমবাৰে শ্বামীয়ে আন এখন ছবিও পোষ্ট কৰে। দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সাৱটি ধৰিছে। তাত তেওঁ লিখিছিল, “দেওবাৰটো আমাৰ নাছিল। সমগ্ৰ বিশ্বকাপত আমাক সহায় কৰাৰ বাবে সকলো ভাৰতীয়লৈ ধন্যবাদ। সাজঘৰলৈ আহি আমাক উৎসাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিশেষ ধন্যবাদ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক