--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ পেট কামিন্সে হালধীয়া জাৰ্চি পিন্ধা পঞ্চম অধিনায়ক হিচাপে ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ দিলে দেশখনক। ২০১১ চনত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটোৱাৰ পিছৰে পৰা খেলপথাৰত বহু স্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈ আহিছে। কিন্তু চলিত বিশ্বকাপৰ ফাইনেলত বিৰাট কোহলীক আউট কৰি আহমেদাবাদৰ নীলাৰঙী দৰ্শকক নিস্তব্ধ কৰি তোলাটোৱেই আছিল তেওঁৰ ‘আটাইতকৈ সুখৰ স্মৃতি’।

সোমবাৰে কামিন্সে কয়, “সেই গেলেৰীখনৰ নিস্তব্ধতা অনুভৱ কৰিবলৈ আমাৰ কেইছেকেণ্ডমান সময় লাগিছিল। আন যিকোনো দিনৰ দৰেই দেওবাৰেও শতক অৰ্জন কৰিবলৈ বিৰাটৰ বাবে ফাইনেলৰ মঞ্চ প্ৰস্তুত আছিল যেন লাগিছিল। কিন্তু তেওঁ বিফল হোৱাত আমি সুখী হৈছিলো।"

উল্লেখ্য যে মেচখনত কামিন্সৰ এটা বল কভাৰৰ ফালে বেক অৱ দ্য লেংথ খেলি থকা অৱস্থাত বিৰাটে বেটত বলটো লাগি উফৰি গৈ ষ্টাম্প ভাঙে। তেতিয়া তেওঁ ৫৪ ৰানত বেটিং কৰি আছিল। কোহলি ওলাই অহাৰ লগে লগে ৯০ হাজাৰৰো অধিক দৰ্শক স্তব্ধ হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক