--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত ভাৰতে প্ৰথম বেটিং কৰে। আগ্ৰাসী আৰম্ভণিৰ পিছতো ৰোহিত শৰ্মাই অৰ্ধশতকৰ পূৰ্বে আউট হয়। মেচখনৰ পাছতে ৰোহিতৰ শ্বট বাছনিক লৈ প্ৰশ্ন উত্থাপন কৰে সুনীল গাওস্কৰে। তেওঁৰ মতে, মেচখনৰ সেই মুহূৰ্তত ৰোহিতে এনে আত্মঘাতী শ্বট খেলা উচিত নাছিল। তেওঁ কেপ্তেইন হিচাপে অধিক জ্ঞান ব্যৱহাৰ কৰা উচিত আছিল।

গাওস্কাৰে কয়, ‘ৰোহিতৰ আউট হোৱাটোৱেই আছিল মেচখনৰ টাৰ্নিং পইণ্ট। সেই মুহূৰ্তত ৰোহিতৰ মুড বৰ আক্ৰমণাত্মক আছিল। মই জানো যে তেওঁ আক্ৰমণাত্মকভাৱে খেলি ভাল পায়। কিন্তু সেই অভাৰত ছয় আৰু চাৰিৰ পিছত তেওঁ সেই ধৰণৰ শ্বট খেলা উচিত নাছিল। অধিক বুদ্ধিমান শ্বট খেলা উচিত আছিল।"

গাভাস্কাৰে কয়- "দল এটাৰ পঞ্চম বা ষষ্ঠ বলাৰৰ বলত আক্ৰমণ কৰিব লাগে। সেই মুহূৰ্তত ভাৰতৰ ইমান ব্যস্ততাও নাছিল। মেক্সৱেল, হেড, মাৰ্ছক সহজেই পিটা হৈছিল। যদি আপুনি আক্ৰমণাত্মকভাৱে খেলিবলৈ গৈ আছে তেন্তে দুৰ্বল বলক লক্ষ্য কৰি লওক। ভাল আৰম্ভণি কৰিও এই ধৰণে উইকেট যোৱাটো গ্ৰহণযোগ্য নহয়।’’

মন কৰিবলগীয়া যে ৰোহিতৰ আউটৰ পিছত শ্ৰেয়াছ আয়াৰো পেভিলিয়নলৈ ঘূৰি আহিছিল। একেৰাহে তিনিটা উইকেট হেৰুৱাই ভাৰতে হেঁচাত পৰি লাহে লাহে খেলিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক