--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলী বিশেষ ‘কাজু কাটলি’কে ধৰি দুটা ভাৰতীয় মিঠায়ে বিশ্বৰ শীৰ্ষ ৫০টা শ্ৰেষ্ঠ মিঠাইৰ তালিকাত স্থান লাভ কৰিছে৷ বিশ্বৰ শীৰ্ষ মিঠাইৰ তালিকাত ভাৰতীয় মিঠায়ে স্থান পোৱা বিষয়টোৱে আনন্দিত কৰি তুলিছে দেশৰ মিঠাইপ্ৰেমীসকলক৷ 

বিশ্বৰ বৰ্তমানৰ সৰ্বশ্ৰেষ্ঠ মিঠাইৰ ৰেংকিঙত দুটা জনপ্ৰিয় ভাৰতীয় মিঠায়ে শীৰ্ষ স্থান দখল কৰিছে। মূলত: পশ্চিম বংগৰ পৰম্পৰাগত চীজ মিঠাই ৰসমালাই বিশ্বৰ ভিতৰতে ৩১সংখ্যক স্থান লাভ কৰিছে৷ আনহাতে আন এটি ভাৰতীয় মিঠাই কাজু কাটলীয়ে টেষ্ট এটলছত ৪১সংখ্যক স্থান লাভ কৰিছে৷

এই তালিকাৰ শীৰ্ষ স্থানটো ফ্ৰান্সৰ ক্লাছিক ক্ৰেপছে দখল কৰিছিল, আনহাতে ব্ৰাজিলৰ বম্বক’ডছ, এক বিশেষ নাৰিকল-সোৱাদযুক্ত পেষ্ট্ৰীয়ে দ্বিতীয় স্থান লাভ কৰিছিল। পেৰুৰ আইকনিক কুৱেচো হেলাডো (গাঁথনিত আইচক্ৰীমৰ দৰে মিঠাই)ই এই তালিকাত তৃতীয় স্থান দখল কৰে আৰু তাৰ পাছত চতুৰ্থ স্থানত আছে ইটালীৰ আইকনিক টিৰামিচু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক